আঞ্চলিক সংবাদ

July 3, 2026 1:09 PM

views 12

ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস

ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই হাৰ, ২০১৮ চনৰ ৪১ ৰ পৰা ২০২৪ চনত ২৯ লৈ কমিছে। তেওঁ কয়, যে বিগত বছৰকেইটাত স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা সুপৰিকল্পিত নীতি, নিৰন্তৰ বিনিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্ল...

July 3, 2026 12:46 PM

views 11

নলবাৰীৰ ৰজ আলীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীৰ আজি পুৱা মৃত্যু

নলবাৰীৰ গংগাপুৰত ৰজ আলী নামৰ এজন যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীৰ আজি পুৱা গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। যোৱা ৩৩ দিন ধৰি ছাত্ৰীগৰাকী গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে যোৱা ৩১ মে'ত ৰ'জ আলীৰ আক্ৰমণত ছাত্ৰীগৰাকী গুৰুতৰভা...

July 3, 2026 12:45 PM

views 12

অতুল বৰাৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন

 সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰাই কালি অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নামবৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চল সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ...

July 3, 2026 12:37 PM

views 8

ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান ভিবি জি-ৰামজি আঁচনি ৰূপায়ণ

ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান ভিবি জি-ৰামজি আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য-প্রযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয়, যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি ১২৫ দিনৰ নিশ্চিত...

July 3, 2026 5:34 PM

views 17

৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মা সুকীয়া সুকীয়া বৈঠকত মিলিত

 মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে কালি নতুন দিল্লীত ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে সাক্ষাৎকালত মন্ত্ৰীকেইগৰাকীৰ সৈতে মীন, দুগ্ধ উৎপাদন আৰু বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে দীৰ্ঘম্যাদি পৰিকল্পনা প্ৰস্তুত কৰা লগতে ৰ...

July 3, 2026 12:20 PM

views 8

ৰাজ্যৰ বান পৰিস্থিতি উন্নত যদিও বৰ্তমানো দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় ২৫ হাজাৰ ১০০ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু ৩৯৩. ৪-৪ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্রভাৱিত...

July 2, 2026 7:44 PM

views 9

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। লখিমপুৰৰ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নি পানীৰ ফলত গোগামুখ-ঢকুৱাখনা সংযোগী ২২ নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ সমস্যাৰ সৃষ্টি কৰিছে লোক-নিৰ্মাণ আৰু জল-সম্পদ বি...

July 2, 2026 7:44 PM

views 12

ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান-ভিবি-জী ৰামজী আঁচনি ৰূপায়ণ

ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান-ভিবি-জী ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য- প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয়, যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি ১২৫ দিনৰ নিশ্চিত...

July 2, 2026 7:37 PM

views 12

দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ প...

July 2, 2026 7:13 PM

views 10

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত পৰ্যালোচনা বৈঠক

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। সভাত সাংস্কৃতিক পৰিক্রমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ টেছ গোৱালা, বিধায়ক প্রশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগ...