আঞ্চলিক সংবাদ

July 2, 2026 11:45 AM

views 14

চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধানাগাৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ

 চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধানাগাৰত কালিৰে পৰা স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোধানাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ চৌহদৰ পৰা আৰম্ভ কৰি ইয়াৰ সংলগ্ন অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্য বিধি পালন তথা পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ...

July 2, 2026 11:43 AM

views 18

ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ MVCCৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৩০ জুলাইলৈ ১১ কিলোৱাৰ্টৰ ফিডাৰ কৰ্তন

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত ১১ কিলোৱাটযুক্ত মিডিয়াম ভল্টেজি৷ কোভাৰ্ড কণ্ডাক্তৰ অৰ্থাৎ MVCCৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৩০ জুলাইলৈ ১১ কিলোৱাৰ্টৰ ফিডাৰ কৰ্তন কৰা হ'ব। এই সময়ছোৱাত ডিফু নগৰ, মাটিপুং, দলদলি আৰু ধনশিৰি এলেকাত বিদ্যুতৰ যোগান বন্ধ ৰখা হ'ব বুলি ...

July 2, 2026 11:41 AM

views 9

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১৮৩ টকাকৈ হ্ৰাস

চৰকাৰী খণ্ডৰ তৈল প্রতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১৮৩ টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে ৩ হাজাৰ ১১৩ টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছ...

July 2, 2026 11:32 AM

views 22

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

অহা ৫ জুলাইত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নি...

July 2, 2026 11:30 AM

views 15

বিটিচিৰ বিভাগীয় পর্যবেক্ষণ বৈঠকত হাগ্ৰামা মহিলাৰীৰ অংশগ্ৰহণ

বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বিভাগীয় পর্যবেক্ষণ বৈঠকত অংশ লৈ কাম-কাজসমূহৰ পৰ্যালোচনা কৰে। মুছলপুৰত অনুষ্ঠিত এই বৈঠকত পঞ্চদশ বিত্ত আয়োগ আৰু ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগৰ দ্বাৰা বিটিচিলৈ অনুমোদন, লোকনির্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৌৰসভাকে ধৰি কেইবাটাও বিভাগৰ অধীনৰ কাম-কাজ আৰু বিভিন...

July 2, 2026 11:20 AM

views 14

নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ‍ ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ‍ কৰে। সাক্ষাতৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সংসদীয় গণতন্ত্রক অধিক ফলপ্রসূ আৰু আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ দৃষ্টিভংগী আৰু নেতৃত্ব সচাকৈ প্ৰশংসনীয়। বিশেষকৈ সংসদীয় কাৰ্যক্ৰমণি...

July 2, 2026 11:18 AM

views 18

অসম চৰকাৰ আৰু জাপান ফাউণ্ডেছনৰ উদ্যোগত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্রশিক্ষণ কেন্দ্র মুকলি

অসম চৰকাৰ আৰু জাপান ফাউণ্ডেছনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্রশিক্ষণ কেন্দ্র মুকলি কৰা হয়। অসমৰ যুৱক- যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক...

July 2, 2026 11:11 AM

views 24

অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পর্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰ...

July 1, 2026 8:53 PM

views 5

মন্ত্রী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহান আৰু কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চ...

July 1, 2026 8:31 PM

views 7

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত হোৱা সভাত মন্ত্রী অশোক সিংহলৰ অংশগ্ৰহণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জিলাখনৰ চিকিৎসা আন্তঃগাঁথনি তথা উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ উন্নয়ন তথ...