অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত ১১ কিলোৱাটযুক্ত মিডিয়াম ভল্টেজি৷ কোভাৰ্ড কণ্ডাক্তৰ অৰ্থাৎ MVCCৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৩০ জুলাইলৈ ১১ কিলোৱাৰ্টৰ ফিডাৰ কৰ্তন কৰা হ’ব। এই সময়ছোৱাত ডিফু নগৰ, মাটিপুং, দলদলি আৰু ধনশিৰি এলেকাত বিদ্যুতৰ যোগান বন্ধ ৰখা হ’ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জাননী জাৰি কৰিছে।
Assamese | July 2, 2026 11:43 AM | Diphu
ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ MVCCৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৩০ জুলাইলৈ ১১ কিলোৱাৰ্টৰ ফিডাৰ কৰ্তন