July 3, 2026 1:15 PM | Jubin garg

printer

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত নায়্যাধীশ সৌমিত্ৰ শ‍ইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা নায়্যাধীশ সৌমিত্ৰ শ‍ইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।