July 4, 2026 8:15 PM
6
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী প্ৰহ্লাদ হালৈয়ে সাক্ষ্য প্ৰদান কৰে। শিল্পীগৰাকীৰ চিকিৎসা সম্পৰ্কীয় কেতবোৰ বিষয়ৰ বাবে প্ৰহ্লাদ হালৈক সাক্ষ্য প্ৰদানৰ বাবে আদা...