যোৰহাটৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি পি এম পোষণ আঁচনিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত

যোৰহাট জিলাৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি পি এম পোষণ আঁচনিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়।

সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ প্রতিনিধি, টিয়ক আৰু তিতাবৰ সমষ্টিৰ বিধায়কসকলৰ প্ৰতিনিধি, অতিৰিক্ত জিলা আয়ুক্ত, পি এম পোষণ আঁচনিৰ পৰিচালক, বিদ্যালয় পৰিদৰ্শক আৰু যোৰহাট জিলাৰ বিভাগীয় মুৰব্বীসকল উপস্থিত আছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।