September 24, 2026 9:04 PM
11
যোৰহাট জিলাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত প্রজেক্ট ডেউকাৰ প্ৰশিক্ষণ সম্পন্ন
যোৰহাট জিলাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি প্রজেক্ট ডেউকাৰ প্ৰশিক্ষণ সম্পন্ন হয়। তিতাবৰৰ দেৱ কুমাৰ বৰা সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্রজেক্ট ডেউকা হৈছে, দিব্যাংগ ব্যক্তিসকলৰ বাবে সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ সৃষ্টি কৰা। এই প্ৰকল্পৰ জৰিয়তে দিব্যাংগ লোকসকলৰ প্ৰতি থকা ভুল ধাৰণা, কলংক আৰু বৈষম্য হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ, মৰ্য্যাদা, সামৰ্থ্য আৰু সমান অংশগ্ৰহণৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিতাবৰ সমজিলা আয়ুক্তই এই কাৰ্য্যসূচী উদ্বোধন কৰাৰ লগতে সহকাৰী আয়ুক্ত,...