June 13, 2026 7:01 PM
29
যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত
যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত ৪৩ নম্বৰ স্কোৱাৰ্ডনৰ বিমানখনত নিয়মীয়া ঊৰণৰ সময়ত অৱতৰণ কৰিবলৈ লওতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুর্ঘটনাটোত বায়ু সেনাবাহিনীৰ পাঁচজন জোৱান স্কোৱাড্রন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱৰ্ট আৰু অগ্নিবীৰবায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিটী...