যোৰহাট ছুইমিং ছ’ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ। হাজৰিকাৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে।
Assamese | September 16, 2025 6:55 PM | Akashvani | Jorhat | Local news
যোৰহাট ছুইমিং ছ’ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ দেহাৱসান