যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত চি এম ফিফা ফেন পার্ক উদ্বোধন

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা চি এম ফিফা ফেন পার্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই পার্ক উদ্বোধন কৰে।

অনুষ্ঠানত যোৰহাটৰ জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা আৰু এ আই আই ডি চি-ৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে ভাষণ দিয়ে।

অনুষ্ঠানত যোৰহাটৰ জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষকে ধৰি ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।