June 19, 2026 12:05 PM
27
সফল ফ্রান্স ভ্রমণ সামৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ ৰাওনা
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী সফল ফ্রান্স ভ্রমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে অনাগত সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ মিত্ৰতা অধিক শক্তিশালী হ'ব। তেওঁ কয়, যে ফ্ৰান্সৰ এই যাত্রাই ভালেমান ক্ষেত্ৰত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰাত সহায় কৰিছে। নিচত ভাৰত উদ্ভাৱন কাৰ্যসূচ...