ৰাষ্ট্ৰীয়

June 20, 2026 9:25 PM

views 18

কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰী তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব

কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰী তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব। কাইলৈ বিয়লি ডিব্ৰুগড় বিমান বন্দৰত অৱতৰন কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে দুলীয়াজানত উপস্থিত হ'ব।  মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ লগত এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভ...

June 20, 2026 12:41 PM

views 25

উত্তৰ পূৰ্বাঞ্চলৰ সর্ববৃহৎ জৈৱিক মচলা প্ৰসংস্কৰণ গোট মুকলি

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি মেঘালয়ৰ ৰিভয় জিলাৰ ভয়ৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সর্ববৃহৎ জৈৱিক মচলা প্ৰসংস্কৰণ গোট মুকলি কৰে। এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু চিকিমৰ মুখ্যমন্ত্রী প্রেমসিং টামাঙো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভেলু চেইন উন্নয়ন অভিযা...

June 20, 2026 12:38 PM

views 22

ভাৰত-আমেৰিকা ফ’ৰাম ২০২৬ত ড০ জয়শংকৰৰ ভাষণ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ভাৰতে অশান্ত বিশ্বত নিজৰ ৰাষ্ট্ৰীয় স্বার্থ, কৌশলগত আত্মনিৰ্ভৰশীলতা আৰু বহুপাক্ষিকতাৰ ক্ষেত্ৰত বিভিন্ন দেশৰ সৈতে সু-সম্পর্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। কালি সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত ভাৰত-আমেৰিকা ফ'ৰাম ২০২৬ত ভাষণ দি ড০ জয়শংকৰে দুয়োখন ৰাষ্ট্ৰই ইয়াৰ সমস্যা আ...

June 20, 2026 12:33 PM

views 22

২২-২৫ জুনলৈ জম্মু, শ্রীনগৰ, কার্গিল, লেহলৈ কৰিবলগীয়া যাত্ৰা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা সমিতিৰ আলোচনা

বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ প্ৰতিনিধিয়ে অহা ২২ জুনৰ পৰা ২৫ জুনলৈ জম্মু, শ্রীনগৰ, কার্গিল আৰু লেহলৈ কৰিবলগীয়া যাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা সমিতিয়ে কালি বিস্তৃত আলোচনা অনুষ্ঠিত কৰে। লোকসভা সচিবালয়ৰ সামাজিক মাধ্যমৰ এটা বার্তাত প্রকাশ পোৱা মতে বৈঠকত কমিটীৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ ড° শশী ঠাৰু...

June 20, 2026 12:24 PM

views 15

ভাৰতীয় প্রশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা FATFৰ পৰৱৰ্তী উপ-সভাপতি নির্বাচিত

ভাৰতীয় প্রশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা ২০২৬-২৭ বৰ্ষৰ বাবে ফাইনেন্সিয়েল এক্সন টাস্ক ফর্চ- FATFৰ পৰৱৰ্তী উপ-সভাপতি হিচাপে নির্বাচিত হৈছে। তেওঁ যুক্তৰাজ্যৰ গিলছ থমছনৰ উত্তৰসূৰী হিচাপে দায়িত্ব গ্রহণ কৰিব। বর্তমান তেওঁ সাংস্কৃতিক ম্যালয়ৰ সচিব হিচাপে কৰ্মৰত হৈ আছে। বৈদেশিক পৰিক্ৰমা মগ্ন্যালয়ে ...

June 20, 2026 12:18 PM

views 23

ত্রয়োদশ আছিয়ান-ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত সন্ত্রাসবাদ সন্দৰ্ভত আলোচনা

ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্রাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্রাসবাদৰ তীব্ৰ বিৰোধিতা কৰে। ভার্চুৱেল মাধ্যমেৰে যোৱা বুধবাৰে বহুৰাষ্ট্ৰীয় অপৰাধ সন্দৰ্ভত অনুষ্ঠিত ত্রয়োদশ আছিয়ান-ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত সন্ত্রাসবাদৰ বিৰুদ্ধে এই স্থিতি প্রকাশ কৰে। দুয়ো পক্ষই যোৱা বৰ্ষৰ ২...

June 20, 2026 12:08 PM

views 10

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি ওড়িশা আৰু পশ্চিমবংগ ভ্রমণলৈ যাব। প্রধানমন্ত্রীয়ে ওড়িশাত ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ সৈতে ময়ূৰভঞ্জ জিলাৰ পাহাৰপুৰ গাঁৱৰ চান্থালী জাহেৰা আৰু হো জাহিৰা পৱিত্ৰ বনত সেৱা আগবঢ়াব। ইয়াৰ পাছত তেওঁলোকে জিলাখনৰ ৰায়ৰাংপুৰত ওড়িশা চৰকাৰৰ দুবছৰ সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত ...

June 19, 2026 12:19 PM

views 20

তিনি দিনীয়া ভ্রমণসূচীৰে লাডাখৰ লেহত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনি দিনীয়া ভ্রমণসূচীৰে আজি লাডাখৰ লেহত উপস্থিত হ'ব। চলিত মাহৰ ২১ তাৰিখলৈ এই কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্রথম আনুষ্ঠানিক ভ্রমণ কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লুকুং গ...

June 19, 2026 12:17 PM

views 29

কাইলৈ প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হুগলী জিলাৰ তাৰকেশ্বৰত কাইলৈ প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্র্যালয়ে জনায় যে, এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ৯ কোটি ৪৪ লাখ কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ১৮ হাজাৰ ৮৮০ কোটিতকৈও অধিক টকা জমা হ'ব। এ...

June 19, 2026 12:12 PM

views 22

বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে : প্রধানমন্ত্রী

বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। পেৰিছত যোৱা নিশা প্রবাসী ভাৰতীয়সকলৰ সমাৱেশত ভাষণ দি শ্রী মোদীয়ে কয়, যে এসময়ত অকল ব্যৱসায়ৰ ভিত্তিত বিভিন্ন দেশৰ মাজৰ সম্পৰ্ক নির্ধাৰণ হৈছিল যদিও সম্প্রতি ব্যৱসায়ৰ লগতে বিশ্বাসো সমানে গুৰুত্বপূৰ্ণ হৈ প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।