August 7, 2026 10:34 AM | armenia t armstrong

printer

অসমৰ হাফলঙৰ টি. আমষ্ট্ৰং চাংচনক আর্মেনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্তি

অসমৰ হাফলঙৰ টি. আমষ্ট্ৰং চাংচনক আর্মেনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ ১৯৯৭ চনৰ বেটচৰ বিষয়াগৰাকীয়ে বৰ্তমান কিউবাৰ ৰাষ্ট্রদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 

তেওঁ ইতিপূর্বে আইচলেণ্ডৰ ভাৰতৰ ৰাষ্ট্রদূত, জাপানত বাণিজ্যিক দূতাবাসৰ মুৰববী, দক্ষিণ আফ্ৰিকাত উপ-উচ্চ আয়ুক্ত আৰু নাইজেৰিয়াত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব আৰু মুখ্য পাছপোর্ট বিষয়াৰ দায়িত্ব পালন কৰিছিল ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।