ৰাষ্ট্ৰীয়

August 4, 2026 8:09 PM

views 22

হায়দৰাবাদত আজিৰে পৰা দুদিনীয়া ব্ৰীকচ্‌ৰ দূৰ্নীতি নিবাৰক কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত

হায়দৰাবাদত আজিৰে পৰা দুদিনীয়া ব্ৰীকচ্‌ৰ দূৰ্নীতি নিবাৰক কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছে। দুদিনীয়া বৈঠকত সম্পত্তি উদ্ধাৰৰ ওপৰত ব্ৰীকচ্ বিশেষজ্ঞ গোটৰ দ্বিতীয়খন বৈঠক অন্তৰ্ভুক্ত কৰা হয়। উদ্বোধনী অধিবেশনত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিব ৰশ্না শ্বাহে প্র...

August 4, 2026 8:07 PM

views 28

সংসদত আজি জন্ম মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত

সংসদত আজি জন্ম মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। পূর্বে লোকসভাত গৃহীত হৈ থকা এই বিধেয়কখন আজি ৰাজ্যসভাত গৃহীত হয়। গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে এই সংশোধনী বিধেয়কখন উত্থাপন কৰিছিল। এই নতুন বিধেয়কখনে পঞ্জীয়ন পলম হোৱাৰ বাবে অধিক কঠোৰ ব্যৱস্থা কৰাৰ লগতে জন্ম মৃত্যুৰ সময়মতে পঞ্জীয়...

August 4, 2026 1:04 PM

views 51

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈপৰ্যন্ত প্ৰবল বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অসমৰ নাগাল...

August 4, 2026 12:53 PM

views 33

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ২৬৩টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে ২,৫৩৬ কোটি ৯৬ লাখ টকা ব্যয় কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী ৰাজভূষণ চৌধুৰী

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ২৬৩টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে দুহেজাৰ ৫৩৬ কোটি ৯৬ লাখ টকা ব্যয় কৰিছে। ছিকিমসহ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে চলিত বৰ্ষৰ মাৰ্চ পর্যন্ত কেন্দ্ৰীয় চৰকাৰে এই ধন ব্যয় কৰিছে। ৰাজ্যসভাত কালি জলশক্তি মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এই তথ্...

August 4, 2026 10:03 AM

views 32

শিক্ষা হৈছে চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলাঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে শিক্ষা হৈছে চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলা। ওড়িশাৰ কটকত কালি জগদগুৰু কৃপালু বিশ্ববিদ্যালয় মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়সমূহক দক্ষ, সামাজিকভাৱে দায়বদ্ধ নাগৰিকক গুৰুত্ব দিবলৈ আহ্বান জনায়।  তেওঁ কয়, যে শৈক্ষিক প্...

August 4, 2026 9:57 AM

views 40

লোকসভাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত

লোকসভাত কালি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে সংশোধনীৰ প্ৰস্তাৱ দিয়া হয়।  উল্লেখযোগ্য যে চলিত বছৰৰ মেত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সৰ্...

August 4, 2026 9:55 AM

views 34

ৰাজ্যসভাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাজ্যসভাত কালি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ-MSME উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০০৬ চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে।  ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ'ব ৷ বিধেয়কখনৰ জৰিয়ত...

August 4, 2026 9:23 AM

views 29

দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা

দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। গুজৰাটৰ বদোদৰা জিলাৰ মঞ্জলপুৰ বিধানসভা সমষ্টি বিজেপিয়ে দখলত ৰাখিবলৈ সমৰ্থ হৈছে৷ দলটোৰ প্ৰাৰ্থী সত্যেন্দ্ৰভাই পেটেলে কংগ্ৰেছ প্ৰাৰ্থী ভিখাভাই ৰবাৰীক ৩০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।  নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি...

August 4, 2026 9:21 AM

views 25

বিগত বছৰসমূহত ভাৰত-উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বৃদ্ধি হৈছেঃ ড০ এছ জয়শংকৰ

বিগত বছৰসমূহত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বৃদ্ধি হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি উজবেকিস্তনৰ বিদেশ মন্ত্ৰী বতিয়াৰ ছাইড'ভৰ সৈতে এখন বৈঠকত মিলিত হৈ ড০ জয়শংকৰে কয়, যে নিৰ্মাণ, শক্তি, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত দেশ দুখ...

August 4, 2026 9:19 AM

views 24

দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক-অসামৰিক শাখাৰ সমন্বয় সাধনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গুৰুত্ব আৰোপ

দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক আৰু অসামৰিক শাখাৰ মাজত ব্যাপক সমন্বয় সাধনৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত ৮৫ সংখ্যক সশস্ত্র বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অসামৰিক সেৱা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্রীসিঙে...