ৰাষ্ট্ৰীয়

June 13, 2026 8:08 PM

views 16

ব্ৰীকচ ৰাষ্ট্ৰসমূহে আন্তর্জাতিক কৃষিলৈ ৪২ শতাংশ পর্যন্ত বৰঙণি আগবঢ়াই আহিছে- শিৱৰাজ সিং চৌহান

মধ্য প্ৰদেশৰ ইন্দোৰত ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্ৰীকচ কৃষি সন্মিলনৰ আজি অন্ত পৰে। সন্মিলনৰ অন্তত সৰ্বসন্মতভাৱে ইন্দোৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। এই ঘোষণাপত্ৰত ডিজিটেল কৃষি, কৃষি বাণিজ্য, পৰিবেশ অনুকুল কৃষি, কৃষক কল্যান তথা খাদ্য সুৰক্ষা সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্ৰী...

June 13, 2026 8:02 PM

views 29

গৃহমন্ত্ৰীৰ অধ্যক্ষতাত সীমান্তৱৰ্তী জিলাসমূহৰ জনগাথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে বিশেষ বৈঠক

গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়োগক এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চল, মহানগৰসমূহ তথা ঔদ্যোগিক চহৰসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা মা...

June 13, 2026 7:57 PM

views 22

ব্ৰাটিচলাভাত নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত

ব্ৰাটিচলাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রথম শ্লোভাকিয়া ভ্ৰমণত প্রধানমন্ত্ৰী গৰাকীক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। এই উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা নৃত্য-গীতৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। শ্লোভাকিয়াৰ ভাৰতৰ ৰাষ্ট্রদূত অপূৰ্ব শ্রীবাস্তৱে কয় য...

June 13, 2026 7:26 PM

views 19

প্রধানমন্ত্ৰীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবেই ৰাজ্যৰ অভূতপূর্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূর্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। কিছুসময় পূৰ্বে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, যে প্রধানমন্ত্রীয়ে অসমক সদায় অগ্ৰাধিকাৰ দি...

June 13, 2026 5:56 PM

views 21

এয়াৰ ফ’ৰ্চ একাডেমীৰ ২১৭ সংখ্যক পাঠ্যক্রম সমাপ্তি উপলক্ষে আয়োজিত পেৰেডত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুনকৈ নিযুক্তি লাভ কৰা ভাৰতীয় বায়ু সেনাৰ বিষয়াসকলক পৰিৱৰ্তনশীল নিৰাপত্তাজনিত পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই ড্রোন, কৃত্ৰিম উপগ্ৰহ আৰু ৰবটিক্সকে ধৰি সমৰ প্ৰযুক্তিৰ নিত্য নতুন কৌশলৰ সৈতে পৰিচিত হ'বলৈ আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। হায়দৰাবাদৰ দুন্দিগালত অৱস্থিত এয়াৰ ...

June 13, 2026 5:53 PM

views 23

নতুন দিল্লীত জার্মান প্রতিনিধি দলৰ সৈতে নীতি আয়োগৰ বৈঠক

ভাৰত আৰু জাৰ্মানীৰ মাজৰ উন্নয়নমূলক সহযোগিতা আগবঢ়াই নিয়াৰ উদ্দেশ্যে নীতি আয়োগ আজি নতুন দিল্লীত জার্মান প্রতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নিকা শক্তি, পৰিৱেশ সংৰক্ষণ, স্থায়ী বিকাশ, কৃষি সংস্কাৰ, জল ব্যৱস্থাপনা আৰু সেউজ অৰ্থনীতিত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশগ্ৰহণৰ দৰে বিষয়সমূহক লৈ আ...

June 13, 2026 5:50 PM

views 15

‘বেটী বচাও, বেটী পঢ়াও’ অভিযান ৰাষ্ট্ৰজোৰা বিপ্লৱৰূপে পৰিগণিত

‘বেটী বচাও, বেটী পঢ়াও' অভিযান ছোৱালী সৱলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱৰূপে পৰিগণিত হৈছে। ক্রমান্বয়ে হ্ৰাস পোৱা শিশু লিংগ অনুপাত আৰু লিংগ আধাৰিত বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ জানুৱাৰীত আৰম্ভ কৰা এই আঁচনিখনৰ জৰিয়তে ছোৱালীৰ শিক্ষা সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টা সুদৃঢ় কৰি ত...

June 13, 2026 5:47 PM

views 16

লিয়াকি ফ্ৰীডমত থকা ভাৰতীয় নাৱিকসকল নিৰাপদে থকা বুলি প্ৰকাশ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা মতে ই জাহাজখনৰ কেপ্তেইনসকলৰ সৈতে কথা পাতিছে আৰু কেপ্তেইনগৰাকীয়ে জাহাজখনৰ চালকদলৰ সকলো সদস্য নিৰাপদে থকা বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যাল...

June 13, 2026 5:41 PM

views 20

দেশৰ যুৱ প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

দেশৰ যুৱ প্ৰজন্মই বিজ্ঞান প্ৰযুক্তিৰ পৰা নিৰ্মাণ, মহাকাশ, ছেমি কণ্ডাক্টৰ আৰু ড্ৰোণলৈকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰত সম্প্ৰতি বিশ্বৰ আগশাৰীৰ ষ্টার্টআপ কেন্দ্ৰসমূহত অন্যতমৰূপে ...

June 13, 2026 5:37 PM

views 21

চাৰিদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। ভ্ৰমণৰ পূৰ্বে প্ৰকাশ কৰা এটা বিবৃতিত শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্রান্সে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। তেওঁৰ এই ভ্রমণে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পর্ক অধিক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।