ৰাষ্ট্ৰীয়

June 12, 2026 4:54 PM

views 23

শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত গৃহমন্ত্রী অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ,...

June 12, 2026 4:48 PM

views 23

‘‘দ্রোণ প্রযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্রহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে’’ – প্ৰধানমন্ত্ৰী মোদী

বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগীৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নির্মাণ, ক্রীড়া, বিজ্ঞান আৰু প্রশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে দ্রোণ প্রযুক্তিৰ দৰে বিকশিত খণ্ডত মহ...

June 12, 2026 12:23 PM

views 12

দেশত ২০২৫-২৬ বৰ্ষত প্ৰায় ৩,৭৭৮ লাখ টন উদ্যান শস্য উৎপাদনৰ পূর্বানুমান কৃষক কল্যাণ মন্ত্রালয়ৰ

কৃষি তথা কৃষক কল্যাণ মন্ত্রালয়ে দেশত ২০২৫-২৬ বৰ্ষত প্ৰায় তিনি হাজাৰ ৭৭৮ লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূর্বানুমান কৰিছে। এই পৰিমাণ ২০২৪-২৫ বৰ্ষৰ তুলনাত ৭০ লাখ ৩৯ হাজাৰ টন অধিক বুলি কোৱা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰ্যালয়ে জাৰি কৰা বিভিন্ন উদ্যান শস্যৰ খেতি কৰা ভূমি আৰু উৎপাদন সম্পৰ্কীয় ...

June 12, 2026 12:21 PM

views 23

খেতিয়কসকলক তৈল বীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ সেৱা আৰম্ভ

দেশত খাৰিফ শস্যৰ খেতি আৰম্ভ হোৱাৰ সময়তে খেতিয়কসকলক তৈল বীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্রিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। এই সেৱাৰ জৰিয়তে ম'বাইল ফোন যোগে পোনপটীয়াকৈ তথ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰ...

June 12, 2026 12:19 PM

views 14

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি উত্তৰাখণ্ডলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যাব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাদুনৰ ভাৰতীয় সামৰিক একাডেমীৰ ১৫৮ সংখ্যক নিয়মীয়া পাঠ্যক্ৰম আৰু ১৪১ সংখ্যক কাৰিকৰী স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সকলৰ দিক্ষান্ত কুচকাৱাজ পৰিদৰ্শন কৰিব।

June 12, 2026 12:16 PM

views 16

ভাৰতীয় নাবিকসকলৰ সুৰক্ষাৰ বাবে পূর্ণ সতর্কতা অৱলম্বন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্রিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাবিকসকলৰ সুৰক্ষাৰ বাবে পূর্ণ সতর্কতা অৱলম্বন কৰিছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে জাহাজ চলাচল সঞ্চালকালয়ে সংঘর্ষ প্রভাবিত জল পথেৰে অহা-যোৱা কৰা ভাৰত তথা আন ৰাষ্ট্ৰৰ ধ...

June 12, 2026 12:14 PM

views 22

ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্...

June 11, 2026 9:54 PM

views 21

এন ডি এ চৰকাৰৰ ১২ বছৰীয়া শাসন কালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সুঁৱৰি পশ্চিম কাৰ্বি আংলঙৰ ভকচঙত প্ৰগতি পদযাত্ৰা

এন ডি এ চৰকাৰৰ ১২ বছৰীয়া শাসন কালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সুঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ-আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্...

June 11, 2026 9:40 PM

views 24

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠক

সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰ...

June 11, 2026 12:52 PM

views 25

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বাবে চি আৰ পাটিলৰ আজি গুৱাহাটীৰ শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত সেৱা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ ৪ হাজাৰ ৩৯৮ দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অর্জন কৰে। শ্রী মোদীয়ে সর্বাধিক সময়ৰ বাবে দেশৰ প্ৰধানমন্ত্রী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।