বিহাৰ, গুজৰাট আৰু মধ্যপ্রদেশ বিধানসভাৰ উপ-নির্বাচন আজি অনুষ্ঠিত হয়। বিহাৰৰ বাংকিপুৰ বিধানসভা সমষ্টি, গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হয়। নির্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি পাঁচ বজালৈ বাংকিপুৰ আৰু মঞ্জলপুৰ বিধানসভা সমষ্টিকেইটাত প্রায় ৩৪ শতাংশ ভোটদান হৈছে। আনহাতে দাতিয়া সমষ্টিত ৬৯ শতাংশ ভোটদানৰ বাতৰি পোৱা গৈছে ৷
Assamese | July 30, 2026 8:41 PM | Election
আজি বিহাৰ, গুজৰাট আৰু মধ্যপ্রদেশ বিধানসভাৰ উপ-নির্বাচন অনুষ্ঠিত