ৰাষ্ট্ৰীয়

June 12, 2026 8:36 PM

views 24

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ফ্ৰান্সৰ নীশ চহৰত দেওবাৰে ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ফ্ৰান্সৰ নীশ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে নতুন দিল্লীত আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অনুষ্ঠানত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱন, ব্যৱসায়িক প্ৰস্তাৱ ...

June 12, 2026 8:36 PM

views 19

ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযানে আজি ভায়া নামৰ সুলভ, সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ’ প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে

ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযানে আজি ভায়া নামৰ সুলভ, সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ’ প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে। নতুন দিল্লীত এই আর্হি মুকলি কৰি ইলেক্টনিকছ আৰু তথ্য প্রযুক্তি দপ্তৰৰ সচিব এছ কৃষ্ণণে কয়, যে ভাৰতৰ কৃত্রিম বুদ্ধিমত্তাৰ যাত্ৰাত এই আৰ্হিৰ উন্মোচন মাইলৰ খুটি হি...

June 12, 2026 8:34 PM

views 25

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ ...

June 12, 2026 8:34 PM

views 24

উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেত্রী মিনাক্ষী নটৰাজনে তেওঁৰ মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ প্রার্থিত বাতিল হোৱাৰ বিষয়টোক লৈ দাখিল কৰা আবেদন খাৰিজ কৰিছে

উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেত্রী মিনাক্ষী নটৰাজনে তেওঁৰ মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ প্রার্থিত বাতিল হোৱাৰ বিষয়টোক লৈ দাখিল কৰা আবেদন খাৰিজ কৰিছে। সৰ্বোচ্চ ন্যায়ালয় তেলেংগানাৰ ফৌজদাৰী গোচৰৰ বিষয়ে অৱগত নকৰাৰ বিষয় সন্দৰ্ভত ৰিটার্ণিং বিষয়াই দিয়া সিদ্ধান্ত নতুন ৰায় দিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ প্রশা...

June 12, 2026 8:29 PM

views 15

‘‘চাংহাই সহযোগিতা সংস্থা কেৱল আঞ্চলিক সম্বন্ধৰ বাবে নহয়, ই ভাৰতক ইউৰোপ আৰু এছিয়াৰ সৈতে ঐতিহাসিক আৰু সভ্যতাৰ অংশীদাৰ হিচাপে সংযোগ কৰাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা’’ -ড০ কীৰ্তি বর্ধন সিং

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ কীৰ্তি বর্ধন সিঙে আজি কয়, যে চাংহাই সহযোগিতা সংস্থা কেৱল আঞ্চলিক সম্বন্ধৰ বাবে নহয়, ই ভাৰতক ইউৰোপ আৰু এছিয়াৰ সৈতে ঐতিহাসিক আৰু সভ্যতাৰ অংশীদাৰ হিচাপে সংযোগ কৰাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা। তাজিকিস্তানত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ...

June 12, 2026 8:34 PM

views 27

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডৰাডুনলৈ গৈছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডৰাডুনলৈ গৈছে। উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং আৰু মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে শ্ৰীমতী মুৰ্মু আদৰণি জনায়। নির্ধাৰিত কাৰ্যসূচী অনুসৰি শ্ৰীমতী মুৰ্মুৱে আজি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতনলৈ যাব আৰু ১৩২ একৰ ভূমিত...

June 12, 2026 5:59 PM

views 18

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ দেহাৱসান

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ যোৱানিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰানাই পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচ...

June 12, 2026 4:56 PM

views 21

আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্রধানমন্ত্ৰী মোদীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে

আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে। আমেৰিকাৰ কংগ্ৰেছ আৰু চিনেটৰ সদস্য তথা মুখ্য কোম্পানীসমূহৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বার্তা প্ৰেৰণ কৰাটোৱে আমেৰিকা, ভাৰতৰ...

June 12, 2026 4:54 PM

views 19

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে। নতুন সময় অনুসৰি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষাৰ অনুষ্ঠিত হ'ব। এই সংশোধিত সময়ৰ ভ...

June 12, 2026 4:51 PM

views 28

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ উদ্দেশ্যে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব। মন্ত্ৰী শ্ৰী গাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।