June 11, 2026 12:49 PM
22
প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাইও বৈ...