ৰাষ্ট্ৰীয়

June 29, 2026 1:36 PM

views 20

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্রুপ-এৰ ফাইনেল খেলত ভাৰতক ৬ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়াৰ

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্রুপ-এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক ৬ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৭১ ৰানৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৪ উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিজ পেৰিক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। ...

June 29, 2026 1:34 PM

views 15

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক ১ ৰানত পৰাস্ত কৰি আয়াৰলেণ্ডৰ শৃংখলা দখল

বেলফাষ্টত অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত কালি আয়াৰলেণ্ডে ভাৰতক ১ ৰানত পৰাস্ত কৰি শৃংখলা দখল কৰে। ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে ১৫৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫৪ ৰান সংগ্ৰহ কৰ...

June 29, 2026 12:21 PM

views 13

ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্রিকাক ১-০ গ’লত পৰাস্ত কানাডাৰ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্রিকাক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱেই খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ ২ মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ ...

June 28, 2026 8:35 PM

views 13

প্রধানমন্ত্রী মোদীক চিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে বিভিন্ন মন্ত্ৰী আৰু নেতৃবৰ্গৰ অভিনন্দন জ্ঞাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রধানমন্ত্রী মোদীক চিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। চিচিলিৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীয়ে পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে প্রধানমন্ত্...

June 28, 2026 8:29 PM

views 13

জলবায়ু সম্বন্ধীয় কাম-কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিবঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে জলবায়ু সম্বন্ধীয় কাম-কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিব। চিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্রদান কৰি শ্রীমোদীয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত ইয়াকে মূল বিষয় বুলি অভিহিত কৰে। শ্রীমোদী ভাষণ প্রসঙ্গত কয় যে ভাৰত আৰু চিচিলিয়ে এনে এখন উন্নত বিশ্বৰ আ...

June 28, 2026 7:04 PM

views 14

ভাৰতে স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রকাশ

ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ যোগেদি আজি দেশ-বিদেশৰ জনসাধাৰণ সৈতে মত বিনিময় কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে বর্তমান দেশত এনেধৰণৰ আৰু ৪০ খন বিমান ন...

June 28, 2026 6:49 PM

views 16

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত অসমৰ হাড়গিলা আৰ্মীৰ বিষয়ে উল্লেখ

মন কী বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাড়গিলা আৰ্মীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল বুলি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰায়ে বাহ সজা গছ কাটি দিয়া হৈছিল। এনে সময়তে পূর্ণিমা দেবী বর্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শি...

June 28, 2026 11:40 AM

views 16

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই সোমবাৰে নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কাইলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কর্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্র দেশতে স্বাস্থ্যৰ ক্ষেত্রত ডিজি...

June 28, 2026 11:10 AM

views 13

ব্যক্তিগত ট্যুৰ অপাৰেটৰৰ সহায়ত কৈলাশ মানসৰোবৰলৈ যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শাৱলী জাৰি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ব্যক্তিগত ট্যুৰ অপাৰেটৰৰ সহায়ত কৈলাশ মানসৰোবৰ যাত্ৰাত যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি চীনৰ পৰা ভিছা আৰু প্ৰয়োজনীয় প্ৰৱেশৰ অনুমতি অবিহনে কৈলাশ মানসৰোবৰ যাত্ৰা লৈ যোৱাৰ সময়ত নেপালত আবদ্ধ হৈ পৰা ভা...

June 28, 2026 10:43 AM

views 17

দিনৰ ১১ বজাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন কী বাত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।