June 30, 2026 8:00 PM
10
ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদর্শেৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদর্শেৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান জনাইছে। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহক সম্বোধি শ্ৰীমতী মুর্মুৱে এই আহ্বান জনায়। তেওঁ কয়, যে শিক্ষিত যুৱক-যুৱতী...