ৰাষ্ট্ৰীয়

July 2, 2026 11:47 AM

views 10

ছানায়ে টাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পৰ্যায়ৰ আলোচনা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই আলোচনাই দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ চালিজাৰি চোৱাৰ লগতে সম্পর্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত...

July 1, 2026 9:18 PM

views 12

পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে তীর্থযাত্ৰীৰ প্ৰথমটো দল জম্মুৰ ভগৱতী নগৰৰ মূল শিবিৰত উপস্থিত

পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে তীর্থযাত্ৰীৰ প্ৰথমটো দল জম্মুৰ ভগৱতী নগৰৰ মূল শিবিৰত উপস্থিত হৈছে। দলটোৱে কাইলৈ এই বার্ষিক যাত্ৰাৰ আৰম্ভণি কৰিব। আমাৰ আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি তীৰ্থযাত্ৰীসকলৰ থকা খোৱা, সুৰক্ষাকে ধৰি সকলো ধৰণৰ যাৱতীয় প্রস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে। শ্রীঅমৰনাথ দেৱালয়...

July 1, 2026 9:11 PM

views 10

নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্রী টেমজেম ইমনা আলঙৰ সৈতে মন্ত্রী ড০ জীতেন্দ্র সিঙৰ বৈঠক

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জীতেন্দ্র সিঙে আজি নতুন দিল্লীত নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্রী টেমজেম ইমনা আলঙৰ সৈতে ৰাজ্যখনত লেভেণ্ডাৰ ফুল আধাৰিত কৃষি উদ্যমিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড০ সিঙে কয় যে জম্মু আৰু কাশ্মীৰৰ ভাদেৰৱাহত আৰম্ভ হোৱা ...

July 1, 2026 9:05 PM

views 8

দেশৰ যুৱ প্ৰজন্মক নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্রতী হ’বলৈ ৰাষ্ট্ৰপতি আহ্বান

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত সহায়ক হোৱাকৈ দেশৰ যুৱ প্ৰজন্মক নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্রতী হ'বলৈ আহ্বান জনাইছে। অনন্তপুৰত আজি অন্ধ্রপ্রদেশ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাবর্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপত...

July 1, 2026 8:58 PM

views 8

আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বীথিকা-স্বৰ প্ৰেৰণা বীথিকা মুকলি

নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্রেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বীথিকা-স্বৰ প্ৰেৰণা বীথিকা মুকলি কৰা হয়। পদ্মবিভূষণ সন্মানেৰে বিভূষিত প্রসিদ্ধ বাঁহীবাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াই বীথিকাটো মুকলি কৰে। এই বীথিকাত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কেইবাগৰাকীও বিশ্ববৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি প্...

July 1, 2026 2:39 PM

views 12

চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ শুভেচ্ছা জ্ঞাপন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে মানৱতাৰ সেৱাৰ ক্ষেত্ৰত চিকিৎসকলকৰ নিষ্ঠা, সহমর্মিতা, দক্ষতা আৰু সমৰ্পনৰ শলাগ লয়। তেওঁ কয় যে বিগত বছৰসমূহত দেশে স্বাস্থ্য সেৱা খণ্ডত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ ক...

July 1, 2026 2:33 PM

views 13

‘‘ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সু-প্রশাসন, নাগৰিক সৱলীকৰণ আৰু সামগ্রিক উন্নয়ন সম্ভৱ হৈছে’’-প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সু-প্ৰশাসন, নাগৰিক সৱলীকৰণ আৰু সামগ্রিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। ডিজিটেল ভাৰত পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ডিজিটেল ভাৰতে সকলোৰে জীৱনক চুই গৈছে। ইয়াৰ ভিতৰত ডিজিটেল লেনদেন ব্যৱস্থাই...

July 1, 2026 2:24 PM

views 23

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই কালি ধাৰাসাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰ...

July 1, 2026 2:14 PM

views 19

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে: জুৱেল অ’ৰাম

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে প্রকাশ কৰিছে। কালি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম-কাজ পর্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে...

July 1, 2026 12:41 PM

views 30

সমগ্ৰ দেশতে আজিৰে পৰা ভিবি জি ৰামজী আইন কার্যকৰী

সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অর্থাৎ ভিবি জি ৰামজী আইন কার্যকৰী হৈছে। গ্রামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত ১২৫ দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্রশস্ত হ'ব বুলি মন্ত্ৰ্যালয়ে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।