ৰাষ্ট্ৰীয়

July 3, 2026 11:15 AM

views 25

আজি পশ্চিমবংগ বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচী ওম বিৰলাৰ উদ্বোধন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কলকাতাত পশ্চিমবংগ বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰিব। নৱ-নির্বাচিত বিধায়কসকলক সংসদীয় কার্যপ্রণালী, সমিতি ব্যবস্থা, বিত্তীয় তদাৰকী আৰু ডিজিটেল ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ সৈতে অৱগত কৰোৱাৰ উদ্দেশ্যে এই কাৰ্য...

July 3, 2026 11:02 AM

views 15

নতুন দিল্লীত আজি ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন

পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ে ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছে। কর্মশালাখনত এখন কেন্দ্ৰীয় পঞ্চায়তী ৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। পঞ্চায়তী ৰাজ দপ্তৰৰ ৰাজ্য মন্ত্ৰী প্ৰফেছাৰ এছ পি সিং...

July 3, 2026 11:00 AM

views 18

ভাৰত আৰু জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ

ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাৰ অন্যতম ভেঁটি হিচাপে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। অর্থনৈতিক সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ভাৰত-জাপান যুটীয়া ঘোষণা পত্ৰত অর্থনৈতিক সুৰক্ষা সহযোগিতা, পাৰস্পৰিক বিশ্বাস, উমৈহতীয়া প্ৰমূল্য আৰ...

July 3, 2026 10:56 AM

views 22

সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা নৰেন্দ্ৰ মোদী আৰু ছনাএয়ে টাকাইচিয়ৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্রী ছনাএয়ে টাকাইচিয়ে পাকিস্তানে সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই যোৱাবছৰ ২২ এপ্ৰিলত জম্মু...

July 2, 2026 8:27 PM

views 21

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছেঃ প্ৰধানমন্ত্ৰী

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-জাপান যুটীয়া অর্থনৈতিক মঞ্চত ভাষণ দি শ্রী মোদীয়ে কয়, যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যা...

July 2, 2026 8:27 PM

views 10

বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠিঃ পীয়ুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠি। ইয়াৰ ফলত দ্বিপাক্ষিক চুক্তি অধিক শক্তিশালী হৈ উঠাৰ আশা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এটা ব্যক্তিগত টেলিভিছন চেনেলে আয়োজন কৰা এছিয়াৰ শতিকাক বিশেষ ৰূপ দিয়াত ভাৰত-জাপা...

July 2, 2026 8:08 PM

views 16

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৬ বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৬ বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। ৫ৰ পৰা ১৮ বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীয়ে দেখুওৱা অসাধাৰণ কৃতিত্বক স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়োৱা হয়। আবেদনসমূহ দাখিল কৰাৰ অন্তিম দিন অহা ৩১ জুলাই। awards.gov.in অনলাইন প'ৰ্টেল যোগেও আবে...

July 2, 2026 8:02 PM

views 14

চলিত বৰ্ষত ৰে’ল যোগে সামগ্ৰী পৰিবহনৰ হাৰ ৪শতাংশ বৃদ্ধি হৈছে

চলিত বৰ্ষত ৰে’ল যোগে সামগ্ৰী পৰিবহনৰ হাৰ ৪শতাংশ বৃদ্ধি হৈছে। বিগত বৰ্ষৰ জুন মাহৰ তুলনাত চলিত বছৰৰ একে সময়ছোৱাত এই বৃদ্ধি পঞ্জীভুক্ত হৈছে বুলি ভাৰতীয় ৰে'ল বিভাগে প্ৰকাশ কৰিছে। যোৱা মাহত ৰে'ল যোগে ১৪ কোটি ২০ লাখ টন সামগ্ৰী পৰিবহন হৈছে বুলি ৰে'ল মন্ত্ৰ্যালয়ে অৱগত কৰে। চলিত বৰ্ষৰ জুনত ৰে'ল যোগে ভ্ৰমণ...

July 2, 2026 8:03 PM

views 20

অযোধ্যা উন্নয়ন কর্তৃপক্ষই ৰাম মন্দিৰৰ দান-বৰঙণি আত্মসাৎ গোচৰৰ অন্যতম অভিযুক্ত লবকুশ মিশ্ৰৰ এটা নিৰ্মাণৰত সম্পত্তিৰ ওপৰত জাননী জাৰি কৰিছে

অযোধ্যা উন্নয়ন কর্তৃপক্ষই ৰাম মন্দিৰৰ দান-বৰঙণি আত্মসাৎ গোচৰৰ অন্যতম অভিযুক্ত লবকুশ মিশ্ৰৰ এটা নিৰ্মাণৰত সম্পত্তিৰ ওপৰত এখন জাননী জাৰি কৰিছে। আকাশবাণীৰ বাতৰি বিভাগক অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ সম্পাদকে জনোৱা অনুসৰি ভৱন নিৰ্মাণৰ নীতি-নিয়ম উলংঘাৰ সন্দেহত এই জাননী জাৰি কৰা হৈছে। এই সম্পত্তি তেওঁ পত্নী...

July 2, 2026 7:56 PM

views 13

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিম বংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিক বলন কার্যসূচী উদ্বোধন কৰিব

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিম বংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিক বলন কার্যসূচী উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে নৱনিৰ্বাচিত সদস্যসকলক সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী, সংসদীয় বিশেষাধিকাৰ আৰু বিধায়িনী দলত উদীয়মান ডিজিটেল পদক্ষেপকে ধৰি সংসদীয় আৰু বিধানসভা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।