ৰাষ্ট্ৰীয়

July 4, 2026 11:05 AM

views 15

ভাৰতে চলিত বছৰত ১ ত্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি পিযুষ গোৱেলৰ প্ৰকাশ

ভাৰতে চলিত বছৰত ১ ত্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে প্ৰকাশ কৰে। বছৰৰ প্ৰথম ৩টা মাহত প্ৰায় ১৫ শতাংশ বাৰ্ষিক ৰপ্তানি ইতিমধ্যে সম্পন্ন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নতুন দিল্লীত কালি উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্র...

July 4, 2026 11:02 AM

views 21

এদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী আজি ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ'ব। প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰাজস্থান ভ্ৰমণ কৰিব আৰু তাত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় ৪৮০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি ২০ লাখ যাত্ৰী উপকৃত হ'ব।...

July 3, 2026 8:48 PM

views 14

ভাৰতে চলিত বছৰত ১ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে : মন্ত্রী পীযুষ গোৱেল

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত ১ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। বছৰৰ প্ৰথম ৩টা মাহত প্রায় ১৫ শতাংশ বার্ষিক ৰপ্তানি ইতিমধ্যে হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নতুন দিল্লীত উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্রীগোৱেলে কয় যে কেন্দ্রীয় চৰকা...

July 3, 2026 8:41 PM

views 8

ছদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ইণ্ডোনেচিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা সোমবাৰে ছদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেচিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয়, যে শ্রীমোদীয়ে ৬ জুলাইৰ পৰা ৮ জুলাইলৈ ইণ্ডোনেচিয়াত থাকিব। এই সময়ছোৱাত প্রধানমন্ত্রীয়ে জাকার্টাত...

July 3, 2026 8:36 PM

views 13

সিন্ধু জলচুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে : ৰণধীৰ জয়ছোৱাল

ইছলামাবাদে সীমান্তৰ সীপাৰৰ উগ্রপন্থী কার্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিছে। নতুন দিল্লীত সংবাদমাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে সিন্ধু জলচুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে। তিস্তা নদীৰ উমৈ...

July 3, 2026 6:21 PM

views 11

নতুন দিল্লীত মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ সমাৰোহ

যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। প্রখ্যাত ঔদ্যোগিক সংস্থা বিশেষকৈ ASSOCHAM, FICCI, CAIT আৰু CII আদিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে। উদ্যোগিক অংশীদাৰিত্ব আৰু ঔদ্যোগিক সংস্থা, কৰ্প'ৰেট গোষ্ঠী আৰু ৰাজহুৱা খণ্ডৰ অধীনৰ সংস্থাসমূহক মাই ভাৰত পৰিৱে...

July 3, 2026 6:13 PM

views 16

পেৰিছত অনুষ্ঠিত ভাৰত ফ্রান্স ব্যবসায় ঘূৰণীয়া মেজমেলত বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ ভাষণ

বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱনকেন্দ্রিক বিকাশৰ চালিকাশক্তি হিচাপে কাম কৰিব। পেৰিছত অনুষ্ঠিত ভাৰত ফ্রান্স ব্যবসায় ঘূৰণীয়া মেজমেলত ভাষণ দি তেওঁ কয় যে প্রযুক্তিগত বিকাশ, যোগান শৃংখলৰ বৈচিত্র্য, শক্তি ৰূপান্তৰকৰণ আৰু ভূ-ৰাজনৈত...

July 3, 2026 6:03 PM

views 12

কাইলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। ৰাজস্থানত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱনটো উদ্বোধন কৰিব। প্রায় ৪৮০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি ২০ লাখ যাত্রী উপকৃত হ'ব। শ্রীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপ মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিম...

July 3, 2026 12:41 PM

views 23

অহা ১০ আগষ্টৰ পৰা ১০ লাখ ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা ১০ আগষ্টৰ পৰা ১০ লাখ ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষবন্ধু আঁচনিৰ অধীনত ৰাজ্যত ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা...

July 3, 2026 11:23 AM

views 19

জম্মু-কাশ্মীৰৰ পেহেলগাম আৰু বালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ

জম্মু-কাশ্মীৰৰ পেহেলগাম আৰু বালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই ৫৭ দিনীয়া তীর্থ যাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পৱিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে। ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় ৩...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।