ৰাষ্ট্ৰীয়

July 4, 2026 7:43 PM

views 12

বিটিচি প্ৰশাসনে বি টি আৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ ভিন্ন ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন

বিটিচি প্ৰশাসনে বি টি আৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়...

July 4, 2026 6:57 PM

views 12

যোধপুৰৰ পৰা সংশোধিত উড়ান আঁচনি মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৰাজস্থানত যোধপুৰ বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন উদ্বোধন কৰে। এই নতুন টার্মিনেল ভৱনটো ৪৮০ কোটি টকা ব্যয়ৰে বছৰি ২০ লাখ যাত্রী অহা-যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। যাত্ৰীসকলক অসুবিধাৰহিত আৰু আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা-সুবিধাৰে স...

July 4, 2026 6:53 PM

views 12

বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ২৩ জন লোকক সন্ত্রাসবাদী হিচাপে ঘোষণা গৃহ মন্ত্ৰ্যালয়ৰ

গৃহ মন্ত্ৰ্যালয়ে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ২৩ জন লোকক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছে। এই লোককেইজনৰ ভিতৰত ১৭ জন পাকিস্তানী আৰু ৬ জন ভাৰতীয় নাগৰিক আছে। অৱশ্যে জৈইছ এম মহম্মদ, লস্কৰ-এ-তৈয়ৱা আৰু অন্য সন্ত্ৰাসবাদী সংগঠনৰ জড়িত এই লোককেইজনে বর্তমান পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ...

July 4, 2026 6:51 PM

views 16

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰ-পত্ৰ দাখিল উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰ-পত্ৰ দাখিল কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দিল্লীৰ মুখ্য নির্বাচনী বিষয়াৰ লগতে জিলা নির্বাচনী বিষয়া নির্বাচনী পঞ্জীয়ন বিষয়া আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে উপৰ...

July 4, 2026 6:51 PM

views 11

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজ মূল্য ১৩ শতাংশ বৃদ্ধি

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজ মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে। এই অনুসাৰে এনে পিঁয়াজৰ প্ৰতি কুইণ্টলৰ মূল্য ১ হাজাৰ ৮৭৫ টকাৰ পৰা ২ হেজাৰ ১২৫ টকালৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে পিঁয়াজৰ এই নতুন সংশোধিত মূল্য আজিৰে পৰা প্রয...

July 4, 2026 6:48 PM

views 11

ভাৰত আৰু ইজৰাইলৰ মাজত আজিৰে পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি কাৰ্যকৰী

ভাৰত আৰু ইজৰাইলৰ মাজত আজিৰে পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি কাৰ্যকৰী হৈছে। বিগত বৰ্ষৰ ছেপ্তেম্বৰত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, এই দ্বিপাক্ষিক বিনিয়োগ চুক্তি হৈছে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক অর্থনৈতিক সম্পর্ক শক্তিশালী কৰা তথা সুৰক্ষিত আৰু ভৱিষ্যতৰ বিনিয়োগৰ পৰ...

July 4, 2026 6:45 PM

views 18

স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন

পৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে স্বামী বিবেকানন্দ এগৰাকী মহান দেশপ্রেমী, দার্শনিক আৰু আধ্যাত্মিক দৰ্শনেৰে পূৰ্ণ ব্যক্তি আছিল। তেওঁ কয়, যে স্বাম...

July 4, 2026 6:42 PM

views 10

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা কেইকো ফুজিম’ৰিক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা কেইকো ফুজিম’ৰিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ভাৰতে পেৰুৰ সৈতে থকা গভীৰ সম্পৰ্কক মূল্য দি অহাৰ লগতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী ...

July 4, 2026 6:40 PM

views 13

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীলৈ কৃতজ্ঞতা প্ৰকাশ

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ভেনিজুৱেলাত সংঘটিত প্রবল ভূমিকম্পৰ সময়ত ভাৰতে দেশখনলৈ আগবঢ়োৱা সমৰ্থন আৰু সাহায্যৰ বাবে দেশখনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই কৃতজ্ঞতা প্রকাশ কৰিছে। মন্ত্রী শ্রী গীলে আজি ভূমিকম্পৰ সময...

July 4, 2026 11:08 AM

views 19

প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থ যাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি প্ৰদান কৰিছে

প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থ যাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি দিছে। তীর্থ যাত্রী, পৰ্যটক আৰু স্থানীয় বাসিন্দাসকলক বিনোদন দিবলৈ জম্মু স্মার্ট ছিটি লিমিটেডে টাৱী নদীৰ বুকুত নৌকা বিহাৰৰ ব্যৱস্থা কৰিছে। জম্মু স্মাৰ্ট ছিটি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা জম্মু পৌৰ নিগমৰ আয়ুক্ত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।