ৰাষ্ট্ৰীয়

July 5, 2026 8:47 PM

views 6

ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্রাপ্ত কৰ্মচাৰী সংস্থাৰ প্রতিনিধি দলৰ সৈতে কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ মত বিনিময়

কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি চৰকাৰী কৰ্মচাৰীক পেন্সনাৰ তথা প্রশাসনীয় সংস্কাৰ সম্পৰ্কীয় এলানি বিষয় আলোচনা কৰাৰ উদ্দেশ্যে ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্রাপ্ত কৰ্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্রতিষ্ঠানিক আলোচনাৰ...

July 5, 2026 8:16 PM

views 14

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত ব্ৰীকছ ৰাষ্ট্ৰৰ মাদকদ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত সোমবাৰ আৰু মঙলবাৰে ব্ৰীকছ ৰাষ্ট্ৰৰ মাদকদ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্...

July 5, 2026 11:09 AM

views 15

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আজিৰে পৰা ১০ জুলাইলৈ চৰকাৰী কাৰ্যসূচীৰে কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে দেশ কেইখনৰ বিদেশ মন্ত্ৰীৰ লগতে অন্যান্য নেতৃবৃন্দৰ সৈতে মিলিত হ'ব। তেওঁৰ এই ভ্রমণে দেশ কেইখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক অধিক উন্নীত কৰাৰ লগতে আঞ্...

July 5, 2026 11:05 AM

views 12

ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি কেন্দ্রীয় পেট্রলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ প্রকাশ

কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। ৰাজস্থানত কালি এটা সমাবেশত ভাষণ দি শ্ৰীপুৰীয়ে কয়, যে চৰকাৰে ইয়াৰ জৈৱ ইন্ধন মিহলি কাৰ্যসূচীৰ গঠনমূলক সমালোচনাৰ প্ৰতি আদৰণি জনায়। তেওঁ লগতে চ...

July 5, 2026 10:04 AM

views 23

সংসদৰ বৰ্ষাকালীন অধিবেশন ২০ জুলাইত আৰম্ভ হ’ব

সংসদৰ বর্ষাকালীন অধিৱেশন অহা ২০ জুলাইত আৰম্ভ হ'ব আৰু ১৩ আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্রীৰিজিজুৱে সামাজিক মাধ্যম যোগে কয়,...

July 4, 2026 8:39 PM

views 14

ৰাজস্থানত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহ ৰাজ্যখনৰ আন্তঃগাঁথনি, শক্তি, পৰিবহণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দিনজোৰা ভ্ৰমণ কাৰ্যসূচীৰ সময়ছোৱাত প্ৰধা...

July 4, 2026 8:33 PM

views 15

ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত প্রধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্রহ্লাদ যোশীয়ে লিখা এটা প্রবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয়, যে অংশীদাৰসকলৰ সৈতে ব...

July 4, 2026 8:22 PM

views 13

চলিত মাহৰ ২০ তাৰিখৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিত মাহৰ ২০ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশন ১৩ আগষ্টত অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমযোগে দিয়া এটা পষ্টত জনাই য...

July 4, 2026 8:19 PM

views 16

গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি প্রধানমন্ত্রী মোদীৰ

ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ এটা মুখ্য পদক্ষেপ হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি কৰে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ অধীনত ৭ হাজাৰ ৫০০ কোটি টকাৰো অধিক বিনিয়োগেৰে বিকশিত এই সুবিধা দেশৰ প্ৰযুক্তি উৎপাদনৰ যাত...

July 4, 2026 8:17 PM

views 11

ডেমি’ক্রেটিক ৰিপাব্লিক অৱ কংগোৰ স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা ৬৫১ গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক

ডেমি’ক্রেটিক ৰিপাব্লিক অৱ কংগোৰ স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা ৬৫১ গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ইয়াৰ দ্বাৰা বিশ্ব শান্তি ৰক্ষা অভিযানত ভাৰতৰ দীৰ্ঘদিনীয়া অৱদানে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিলে। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত ভাৰতীয় সেনা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।