ৰাষ্ট্ৰীয়

July 6, 2026 8:11 PM

views 18

১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব

১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্রথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষ...

July 6, 2026 8:08 PM

views 17

বেংগালুৰুত শিলৰ কুৱেৰিত এটা বৃহৎ গ্রেনাইড শিল বাগৰি পৰি ৭ জন শ্রমিকৰ মৃত্যু

কৰ্ণাটকৰ বেংগালুৰুত এটা শিলৰ কুৱেৰিত এটা বৃহৎ গ্রেনাইড শিল বাগৰি পৰি ৭ জন শ্রমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। সংবাদ মাধ্যমত প্রকাশিত এটা বাতৰি প্ৰকাশ পোৱাৰ পাছত আয়োগে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰু দুসপ্তাহৰ ভিতৰত আয়...

July 6, 2026 8:06 PM

views 18

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে। মুজাম্বিকৰ উচ্চায়ুক্ত আৰমান্দো পেদ্রো মুইয়ুয়ানে জুনিয়ৰ নিকাৰাগোৱাৰ ৰাষ্ট্রদূত নাদেস্কা ইমাৰা কাথবার্ট কালচন সুৰিনামৰ ৰাষ্ট্রদূত হানিচা জয়ৰাম...

July 6, 2026 8:02 PM

views 16

সংস্কাৰ, ডিজিটাইজেছন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যয়ত প্ৰৱেশ কৰিছেঃ অমিত শ্বাহ

গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কয়, যে সংস্কাৰ, ডিজিটাইজেছন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যয়ত প্ৰৱেশ কৰিছে। সমবায় মন্ত্ৰালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে দেশৰ প্ৰতিটো অঞ্চলৰে ৫ খনকৈ শ্রেষ্ঠ সমবায় সমিতিক স্বীকৃতি দিবলৈ এটা ৰেংকিং ...

July 6, 2026 8:08 PM

views 14

প্রধানমন্ত্ৰী মোদী খন্তেক সময় পূর্বে ইন্দোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক সময় পূৰ্বে ইন্দোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। জাকার্টা বিমান বন্দৰত প্রধানমন্ত্ৰী মোদীক ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ’ সুবিয়ান্তোই আদৰণি জনায়। বিমান বন্দৰত তেওঁক পৰম্পৰাগত ভাৰতীয় আৰু ইন্দোনেছিয়াৰ সাংস্কৃতিক প্ৰদৰ্শনেৰে স্থানীয় ইন্দোনেছিয়াৰ সম্প্ৰদায়ে ব...

July 6, 2026 12:27 PM

views 10

ভাৰতৰ অধ্যক্ষতাত গ্রাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞ সকলৰ নৱম অধিৱেশন

ভাৰতে ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হ'বলগীয়া গ্রাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞ সকলৰ নৱম অধিৱেশনত অধ্যক্ষতা কৰিব। আজিৰে পৰা ৮ জুলাইলৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন- ইউ এন চি টি এ ডিৰ উদ্যোগত এই অধিৱেশনৰ আয়োজন কৰা হৈছে। সদস্য ৰাষ্ট্ৰ, আন্তঃৰাষ্...

July 6, 2026 12:22 PM

views 23

আজি কোচিত ভাৰতৰ অধ্যক্ষতাত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক

ভাৰতৰ অধ্যক্ষতাত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক আজি কেৰালাৰ কোচিত আৰম্ভ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রকাশ কৰা মতে, বৈঠকত ব্ৰীকছ সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশগ্রহণ কৰিব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সৱলিকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পর্কিত ব...

July 6, 2026 12:20 PM

views 8

নতুন দিল্লীত আজি সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্রতিষ্ঠা দিৱসত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। সহযোগিতাৰে সমৃদ্ধি দৃষ্টিভংগীৰে প্ৰতিষ্ঠা দিৱস সমাৰোহ উদযাপিত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই উপলক্ষে শ্ৰীশ্বাহে বিভিন্ন পদক্ষেপ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত ...

July 6, 2026 12:17 PM

views 13

আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে প্রধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্রমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্রমণ কৰিব। ত্রিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্রধানমন্ত্রী মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি ইণ্ডোনেছিয়াত উপস্থিত হ'ব। এয়া হ'ব শ্রীমোদীৰ চতুৰ্থবাৰৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণ তথা ২০১৮ চনৰ মে’ত সংহত ...

July 6, 2026 11:47 AM

views 22

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্রীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্রীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্রশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত কয়, যে অসম আৰক্ষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।