ৰাষ্ট্ৰীয়

June 27, 2026 10:29 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩ দিনীয়া ভ্ৰমণসূচীৰে চিচিলিত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩ দিনীয়া ভ্ৰমণসূচীৰে চিচিলিত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে বিমানবন্দৰত চিচিলিৰ ৰাষ্ট্ৰপতি ড° পেট্রিক হাৰমিনিয়ে জনোৱা উষ্ম আদৰণিক ভূয়সী প্ৰশংসা কৰে।  বাৰ্তাটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ভাৰত মহাসাগৰীয় অঞ্চলসমূহত চিচিলি ভাৰতৰ বাবে এক...

June 27, 2026 10:26 PM

views 15

দেশৰ ৫০০খন চহৰ-নগৰলৈ শীঘ্ৰে সম্প্ৰসাৰিত হ’ব ভাৰত টেক্সি এপ

দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সি অতি শীঘ্ৰে ৫০০ খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত হ'ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ভাৰত টেক্সি এপ্লিকেছনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে ভাৰত টেক্সিৰ আৰম্ভণি সমবায় খণ্ডৰ এক বৈপ্লৱিক পদক্ষেপ।  চ...

June 27, 2026 10:23 PM

views 13

বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰঃ উপ-ৰাষ্ট্ৰপতি

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কয়, যে বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। আজি নতুন দিল্লীত ২০২৬ বৰ্ষৰ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস - উদ্যমী ভাৰত উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ভাৰতত অতি ক্ষু...

June 27, 2026 10:21 PM

views 8

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কর্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰ...

June 27, 2026 10:19 PM

views 20

ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যবান সম্পদ বুলি অভিহিত কৰিছে

ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যবান সম্পদ বুলি অভিহিত কৰিছে। আজি আগৰতলাৰ কুঞ্জবনৰ আশ্ৰয় পেঞ্চনাৰ গৃহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে সমাজে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা লাভান্বিত হ'ব পৰাকৈ সুযোগ সৃষ্টি কৰা উচিত ।  পৰিদৰ্শনকালত তেওঁ পেঞ্চনাৰ গ...

June 27, 2026 10:16 PM

views 12

প্রখ্যাত চলচ্চিত্র নির্মাতা, অভিনেতা আৰু চিত্ৰনাট্যকাৰ থিৰু কে ভাগ্যৰাজৰ মৃত্যুত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ শোক প্ৰকাশ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্রখ্যাত চলচ্চিত্র নির্মাতা, অভিনেতা আৰু চিত্ৰনাট্যকাৰ থিৰু কে ভাগ্যৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে থিৰু কে ভাগ্যৰাজে তেওঁৰ স্মৰণীয় চলচ্চিত্র, স্বকীয় কাহিনী আৰু অসাধাৰণ চিত্ৰনাট্যৰ জৰিয়তে ভাৰতীয় চলচ্চিত্র জগতলৈ অনন্য অৱদা...

June 27, 2026 9:24 PM

views 10

অহা ৫ জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা ৫ জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্চ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।  জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক...

June 27, 2026 9:19 PM

views 17

ইজিপ্ত পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নক আউট পৰ্যায়ত উপনীত

ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰানৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল ১-১ গ’লত ডু’ হোৱাৰ সুবাদত দলটোৱে নক আউট পর্যায়ত স্থান লাভ কৰে।  ইৰানৰ ৰামিন ৰেজেয়ানক প্লেয়াৰ অব্ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট প...

June 27, 2026 12:03 PM

views 14

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্রীয় গ্রামোন্নয়ন সন্মিলন ২০২৬

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্রীয় গ্রামোন্নয়ন সন্মিলন ২০২৬ত অধ্যক্ষতা কৰিব। এই সম্মিলনত গ্রামোন্নয়ন মন্ত্রী, শীর্ষ চৰকাৰী বিষয়া আৰু সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ বিশেষজ্ঞসকলে সর্বাংগীণ গ্রামোন্নয়নৰ বিভিন্ন দিশ আলোচন...

June 27, 2026 11:48 AM

views 15

কাইলৈ আকাশবাণীৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।