June 25, 2026 2:15 PM
22
আর্মেনিয়াৰ সংসীয় নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে প্রধানমন্ত্রী নিকল পাছিনয়ানক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত সংসীয় নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আর্মেনিয়াৰ প্রধানমন্ত্রী নিকল পাছিনয়ান আৰু তেওঁৰ দলক অভিনন্দন জ্ঞাপন কৰিছে। আর্মেনিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কালি হোৱা টেলিফোনিক বার্তালাপত শ্রীমোদীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰানত আ...