ৰাষ্ট্ৰীয়

June 23, 2026 10:17 PM

views 15

ভাৰতীয় ধ্বজা বহনকাৰী ১০খন জাহাজ এতিয়াও পাৰচ্য উপসাগৰীয় অঞ্চলত থকা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী ১০ খন জাহাজ এতিয়াও পাৰচ্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে৷ নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে যোৱা ১৭ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত বুজাবুজিৰ চুক্তি...

June 23, 2026 10:10 PM

views 9

এল নিনোৰ বাবে পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ মেলত শ্রীচৌহা...

June 23, 2026 10:09 PM

views 19

জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ ২২ জুন পর্যন্ত ৫০ লাখ অতিক্ৰম

জম্মু-কাশ্মীৰৰ শ্ৰীমাতা বৈষ্ণোদেৱীৰ পবিত্র গুহা দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ ২২ জুন পর্যন্ত ৫০ লাখ অতিক্ৰম কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৫০ লাখ ৭০ হাজাৰ ভক্তই এতিয়ালৈকে মাজৰাণীৰ আশীৰ্বাদ বিচাৰি তীর্থযাত্ৰা কৰিছে। যোৱা বছৰৰ এই একে সময়তে ৩৯ লাখ ৮৪ হাজাৰ ভক্তৰ মাতা বৈষ্ণোদেৱী দৰ্শন কৰাৰ তুল...

June 23, 2026 2:31 PM

views 24

শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান চলায়

বিধি বলৱৎকাৰী সঞ্চালকালয়ে শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত অভিযান চলায়। এই সংক্ৰান্তত ২০১৭ চনত ৰাষ্ট্ৰীয় অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিতেই বিধি বলৱৎকাৰী সঞ্চালকালয়ে এই অভিযান চলাইছে। এই গোচৰ সংক্ৰান্তত আৰক্ষীয়ে ২০২১ চনত চার্...

June 23, 2026 2:24 PM

views 15

EL NINO ৰ প্ৰভাৱত হ’ব পৰা ক্ষতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে খেতিয়কসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত বতৰ আৰু কৃষিক্ষেত্ৰত EL NINOৰ প্রভাৱ সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত কেইবাখনো ৰাজ্যৰ কৃষিমন্ত্ৰী, সচিব, জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এই বৈঠকত কম বৃষ্টিপাত, বিকল্প কৃষি আৰু কৃষকৰ স্বাৰ্থ...

June 23, 2026 2:25 PM

views 27

কংগো গণতান্ত্রিক গণৰাজ্যত ইব’লা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই এহেজাৰ অতিক্ৰম কৰিছে

কংগো গণতান্ত্রিক গণৰাজ্যত ইব’লা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই এহেজাৰ অতিক্ৰম কৰিছে। দেশখনৰ স্বাস্থ্য কৰ্তৃপক্ষই ইব’লা ভাইৰাছত আক্ৰান্ত হৈ ২৬৭ গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। দেশখনত মুঠ ৩৭১ গৰাকী ৰোগীক আছুতীয়াকৈ অথবা চিকিৎসালয়ত ৰখা হৈছে। আনহাতে ১১২ গৰাকী লোক সুস্থ হৈ উঠিছে। পৰহিৰ দিনটোত দেশখ...

June 23, 2026 2:25 PM

views 22

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়ানৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্য মন্ত্ৰী তথা মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়ানে কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। Gষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰী কুৰিয়ানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।

June 23, 2026 2:17 PM

views 29

ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথিত শ্রদ্ধা নিবেদন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথিত শ্রদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ড° মুখার্জী এগৰাকী দূৰদৃষ্টিসম্পন্ন নেতা, বিশিষ্ট শিক্ষাবিদ আৰু দেশপ্রেমিক আছিল। তেওঁ কয়, যে ড° মুখাৰ্জীয়ে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিৰ্ভীকভ...

June 23, 2026 2:17 PM

views 18

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ ষোড়শ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে কয় যে এই বুজাবুজিয়ে সমগ্ৰ বিশ্বৰ শক্তি সুৰক্ষাক শক্তিশালী কৰি তুলিব। তেওঁ লগতে হৰমুজ প্রণালী ...

June 23, 2026 2:09 PM

views 22

‘‘ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন— নাফেডে দেশৰ প্রায় ৭৪ লাখ কৃষকক সহায় কৰি আহিছে’’—অমিত শ্বাহ

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয়, যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন— নাফেডে দেশৰ প্রায় ৭৪ লাখ কৃষকক সহায় কৰি আহিছে। আজি নতুন দিল্লীত নাফেডৰ এটা নিলাম প'ৰ্টেল মুকলি কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। এই প'ৰ্টেল মুকলি অনুষ্ঠানটো নতুন দিল্লীৰ অটল উৰ্জা ভৱনত অনুষ্ঠিত হয়। শ্রী শ্বাহে ড° ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।