ৰাষ্ট্ৰীয়

June 24, 2026 8:21 PM

views 11

নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ গ্রন্থ উন্মোচন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত, ভাৰতৰ V.I.P. সংস্কৃতি: ক্ষমতা, বিশেষাধিকাৰ আৰু গণতন্ত্ৰৰ পৰা দূৰত্ব শীর্ষক এখনি গ্রন্থ উন্মোচন কৰে। উন্মোচনী সভাত ভাষণ দি ৰাধাকৃষ্ণনে কয় যে এই গ্রন্থখনত ক্ষমতাৰ প্ৰতিষ্ঠান আৰু সাধাৰণ নাগৰিকৰ মাজত প্ৰায়ে থকা দূৰত্বৰ বিষয়ে উল্লেখ আছে আৰু জনকেন্দ্ৰিক শা...

June 24, 2026 8:18 PM

views 13

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেকক মন্ত্রী ড° এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেকক সাক্ষাৎ কৰে। তেওঁ সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয় যে গোলকীয় উন্নয়ন আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কৌশলগত মূল্যায়ন বিষয়ত তেঁওলোকৰ মাজত ভাবৰ আদান প্রদান হয়।

June 24, 2026 8:14 PM

views 9

ত্ৰিপুৰাত ৯৬টা পথ নিৰ্মাণৰ বাবে কেন্দ্ৰৰ ২১১ কোটিতকৈ অধিক টকাত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে প্রধানমন্ত্রী গ্রাম চড়ক যোজনা চতুৰ্থৰ অধীনত ত্ৰিপুৰাত ৯৬টা পথ নিৰ্মাণৰ বাবে ২১১ কোটিতকৈ অধিক টকাৰ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ১৬০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ পথ সামৰি লোৱা হৈছে। গ্রামোন্নয়ন মন্ত্রালয়ে জনোৱা মতে, অনুমোদিত প্রকল্পসমূহে প্ৰথমবাৰৰ বাবে ...

June 24, 2026 2:28 PM

views 14

ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলা বিষয়ত ড০ এছ জয়শংকৰৰ গুৰুত্ব আৰোপ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলা বিষয়ত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমানৰ প্ৰত্যাহ্বানমূলক গোলকীয় পৰিস্থিতিত একে ধৰণৰ মূল্যবোধ তথা পৰস্পৰৰ প্রতি আস্থা থকা দেশসমূহে ঘনিষ্ঠভাৱে তথা একেলগে আগবাঢ়ি যোৱাটো প্রয়োজনীয় বুলি তেওঁ মত প্ৰকাশ ...

June 24, 2026 2:28 PM

views 20

ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয় উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে

ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয় উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। ইছলমাবাদ মহলে ৰাষ্ট্ৰসংঘ মঞ্চৰ ৰাজনীতিকৰণ কৰা বুলি অভিযোগ তুলি ভাৰতে কয়, যে পাকিস্তানে সহ-অধ্যক্ষ হিচাপে নিৰপেক্ষ ভূমিকা পালন কৰাৰ পৰিৱৰ্তে পদৰ অপব্যৱহাৰহে কৰিছে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্রতিনিধি আছিম ইফটিক...

June 24, 2026 2:26 PM

views 29

তেহৰানত থকা ভাৰতীয় দূতাবাসে ইৰানৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱালৈ চাই ভাৰতৰ নাগৰিকৰ বাবে সংশোধিত পৰামৰ্শ জাৰি কৰিছে

তেহৰানত থকা ভাৰতীয় দূতাবাসে ইৰানৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱালৈ চাই ভাৰতৰ নাগৰিকৰ বাবে সংশোধিত পৰামৰ্শ জাৰি কৰিছে। শেহতীয়া ইতিবাচক ঘটনাক্ৰম আৰু সামগ্রিক পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দূতাবাসে ভাৰতীয় নাগৰিকসকলক গমিপিতি চাইহে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জ...

June 24, 2026 2:21 PM

views 16

গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ভৱিষ্যত বিকাশৰ মূল ভেটি হিচাপে ডিজিটেল প্ৰক্ৰিয়া আঁকোৱালি ল’বলৈ তীখা উদ্যোগ খণ্ডলৈ আহ্বান জনাইছে

গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ভৱিষ্যত বিকাশৰ মূল ভেটি হিচাপে ডিজিটেল প্ৰক্ৰিয়া আঁকোৱালি ল'বলৈ তীখা উদ্যোগ খণ্ডলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি তীখা খণ্ডৰ ডিজিটেল ৰূপ বিষয়ক চিন্তন শিবিৰত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। তেওঁ কয়, যে ভাৰতে ২০১৮ চনৰে পৰা বিশ্বৰ দ্...

June 24, 2026 2:16 PM

views 46

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি পাইছে। নিটি আয়োগৰ উপাধ্যক্ষ ড০ অশোক কুমাৰ লাহিৰীয়ে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত ট্রেড ৱাচৰ ত্রিমাসিক প্ৰতিবেদনৰ শেহতীয়া সংখ্যাটো উন্মোচন কৰি তেওঁ লগতে কয় যে বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ১.৮৪ ...

June 24, 2026 2:14 PM

views 21

নতুন দিল্লীত কাইলৈ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা ২০২৫-২৬ৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন

নতুন দিল্লীত কাইলৈ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা ২০২৫-২৬ৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধ্যক্ষতা কৰিবলগীয়া এই অনুষ্ঠানত বিজয়ী শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহক বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে স...

June 23, 2026 10:15 PM

views 15

ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত বিশিষ্ট ব্যক্তিক পদ্ম প্ৰদান ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্রদান কৰে। অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণ প্রাক্তন ন্যায়াধীশ কে টি থ'মাছক সমাজ সেৱাৰ বাবে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। প্রাক্তন টেন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।