ৰাষ্ট্ৰীয়

June 27, 2026 11:46 AM

views 20

দেশৰ প্রথমটো সমবায়ভিত্তিক টেক্সি সেৱা ‘ভাৰত টেক্সি’ মুকলি কৰিব গৃহমন্ত্ৰীয়ে

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত দেশৰ প্রথমটো সমবায়ভিত্তিক টেক্সি সেৱা 'ভাৰত টেক্সি' মুকলি কৰিব। তিনিদিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱা শ্রী শ্বাহে কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰাৰ লগতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনু...

June 27, 2026 11:36 AM

views 14

তিনিদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ছেচেলছ অভিমুখে ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি ছেচেলছ অভিমুখে ৰাওনা হৈছে। শ্রীমোদীয়ে এই ভ্রমণকালত ছেচেলছৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব। ২০১৫ চনত তেওঁ শেষবাৰৰ বাবে দেশখন ভ্রমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা ম্যালয়ে জনোৱা মতে এই অনুষ্ঠানত নৌসেনাৰ দুখন ...

June 26, 2026 8:32 PM

views 19

১ জুলাইৰ পৰা ৩ জুলাইলৈ ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰীয়ে

জাপানৰ প্ৰধানমন্ত্ৰী ছানে তাকাইচিয়ে ষষ্ঠদশ ভাৰত-জাপান বার্ষিক সন্মিলনত অংশ লবলৈ ১ জুলাইৰ পৰা ৩ জুলাইলৈ নতুন দিল্লী ভ্রমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি সন্মিলনখনে দুয়োপক্ষৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়স...

June 26, 2026 8:29 PM

views 14

ভুটানৰ শিক্ষামন্ত্রী ইজাং দি থাপাক সাক্ষাৎ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি ভুটানৰ শিক্ষামন্ত্রী ইজাং দি থাপাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীপ্রধানে কয় যে ভুটানৰ শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে শিক্ষকসকলৰ প্ৰশিক্ষণ, দক্ষতা আৰু কৰ্মযোগ্যতা, ডিজিটেল শিক্ষা আৰু কৃত্রিম বুদ্ধিমত্তা, বহনক্ষম পর্যটন, পৰম্পৰাগত চিকিৎসা আৰু সর্...

June 26, 2026 8:27 PM

views 15

কলকাতাৰ তাৰাটালাত সংঘটিত ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

কলকাতাৰ তাৰাটালাত সংঘটিত নির্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। আহতসকল কলকাতাৰ এছ এছ কে এম হস্পিতালত চিকিৎসাধীন হৈ আছে। বর্তমানলৈও উদ্ধাৰ অভিযান অব্যাহত আছে। এই ঘটনাত অভিযুক্ত কৰি পুলিচে এগৰাকী চৰকাৰী বিষয়াৰ লগতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্য চৰকাৰে এই ঘট...

June 26, 2026 8:20 PM

views 20

ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ আহ্বান গৃহ মন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুদ্ধৰ আহ্বান জনাই কয় যে ড্ৰাগছৰ আতংকই ৰাষ্ট্ৰৰ নিৰাপত্তা, সামাজিক স্থিতিশীলতা, অর্থনৈতিক বিকাশ তথা যুৱক-যুৱতী আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শ্রীশ্বাহে ড্রাগছ বিৰোধী এই যুঁজত যুৱক-যুৱতী আৰু মাতৃসকলক একগোট হৈ যুঁজ দিবল...

June 26, 2026 8:18 PM

views 18

নিচামুক্ত ভাৰত অভিযানে সমগ্র দেশতে গণ আন্দোলনৰ ৰূপ লৈছে : প্রধানমন্ত্রী

দেশৰ জনসাধাৰণৰ অংশগ্রহণেৰে নিচামুক্ত ভাৰত অভিযানে সমগ্র দেশতে এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রকাশ কৰিছে। সামাজিক ন্যায় আৰু সৱলীকৰণৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণৰ গুৰুত্ব সম্পর্কে লিখা লেখনি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।...

June 26, 2026 8:15 PM

views 12

দুদিনীয়া ভ্রমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ কাইলৈ কৰ্ণাটক ভ্ৰমণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে কৰ্ণাটকলৈ যাব। কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত শ্ৰীৰাধাকৃষ্ণণে নন্দপ্রভু শ্রীকেম্পেগৌড়া ৫১৭ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব। দেওবাৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্রতিষ্ঠা দিৱস আৰু আন্তর্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ স...

June 26, 2026 7:20 PM

views 19

শ্রী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ

স্বাস্থ্য খণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্রাস পাইছে। গুৱাহাটীত থকা শ্রী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ ১১০ বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃ...

June 25, 2026 2:17 PM

views 21

প্রগতিৰ ৫২সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্রগতিৰ ৫২ সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰে। প্ৰশাসনৰ সক্ৰিয়তা আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ বাবে প্ৰযুক্তি-সক্ষম এই মঞ্চখনত প্ৰধানমন্ত্ৰীয়ে চাৰিখন ৰাজ্যত প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।