আঞ্চলিক সংবাদ

June 28, 2026 10:36 AM

views 15

বিশ্ববিদ্যালয় আৰু স্বতন্ত্র মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ মন্তব্য

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্র মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্রকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফর্ম সম্পর্কীয় বিতর্ক সন্দৰ্ভত মন্ত্ৰীগ...

June 27, 2026 9:45 PM

views 15

সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা

সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূর্ণ সাজু বুলি প্ৰকাশ কৰিছে।  বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বনকৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্রচালিত নাওৰ লগতে ১৯ খন সৰু সৰু নাও সা...

June 27, 2026 9:35 PM

views 11

আন্তর্জাতিক মাটিকঁঠাল দিৱস উপলক্ষে গোৱালপাৰাৰ নলংগাপাহাৰ গাঁৱত বিশেষ কাৰ্যসূচী

আজি আন্তর্জাতিক মাটিকঠাল দিৱস। এই উপলক্ষে গোৱালপাৰা জিলাৰ কৃষক সংগঠন জিনজিৰাম এগ্রো ফাৰ্মাৰ প্রডিউচাৰ কোম্পানীৰ উদ্যোগত আজি জিলাখনৰ মাটিকঠাল বা আনাৰসৰ বাবে বিখ্যাত নলংগাপাহাৰ গাঁৱত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।  পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে মাটিকঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ ...

June 27, 2026 9:33 PM

views 14

নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত তিনিদিনীয়াকৈ ত্ৰিপুৰা গোলকীয় মাটিকঁঠাল মহোৎসৱ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু ড'নাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত তিনিদিনীয়া ত্ৰিপুৰা গোলকীয় মাটিকঁঠাল মহোৎসৱ মুকলি কৰে।  এই উপলক্ষে মুখ্যমন্ত্রী সাহাই কয়, যে ত্ৰিপুৰাত বছৰি প্ৰায় এক দশমিক ৭-৮ৰ পৰা এক দশমিক ৮-৮ লাখ মেট্রিক টন মাটি...

June 27, 2026 9:26 PM

views 16

কামৰূপ মহানগৰ জিলাত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব । এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰো ৫ বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব।  এই কাৰ্যসূচীৰ অধীনত জিলাখনত ১ লাখ ৯৯ হাজাৰ ৫৯১টি শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত ৮৬০টা পলিঅ' বুথ স্থাপন ...

June 27, 2026 9:24 PM

views 9

অহা ৫ জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা ৫ জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্চ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।  জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক...

June 27, 2026 9:22 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ...

June 27, 2026 9:19 PM

views 13

ইজিপ্ত পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নক আউট পৰ্যায়ত উপনীত

ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰানৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল ১-১ গ’লত ডু’ হোৱাৰ সুবাদত দলটোৱে নক আউট পর্যায়ত স্থান লাভ কৰে।  ইৰানৰ ৰামিন ৰেজেয়ানক প্লেয়াৰ অব্ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট প...

June 27, 2026 9:06 PM

views 12

যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য, অধ্যাপক জ্যোতিপ্ৰসাদ শ‍ইকীয়া আৰু অধ্যাপক-অধ্যাপিকাসকলৰ লগত মত বিনিময় কৰে।  মন্ত্ৰীগৰাকীয়ে ২১ শতিকাৰ প্রয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগ যোগ্যতা, উদ্যম...

June 27, 2026 9:04 PM

views 15

বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিবঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্র মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে।  বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতর্ক সন্দৰ্ভত মন্...