June 27, 2026 9:45 PM | Pobitora Wildlife

printer

সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা

সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূর্ণ সাজু বুলি প্ৰকাশ কৰিছে।

 বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বনকৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্রচালিত নাওৰ লগতে ১৯ খন সৰু সৰু নাও সাজু কৰি হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাংচিকাৰীয়ে যাতে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰপ্ৰতিও পবিতৰাৰ বনকৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।