June 27, 2026 8:54 PM
12
গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেডফিৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেডফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অর্থনীতি অধিক শক্তিশালী কৰা বিষয়টো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্রিকেটৰ কিংবদন্তি খেলুৱৈ সুনিল মনো...