June 5, 2026 9:07 PM
29
নেপালৰ বৈদেশিক মন্ত্ৰী ছিছিৰ খানাল ৩ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়
নেপালৰ বৈদেশিক মন্ত্ৰী ছিছিৰ খানাল তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। বিদেশ মন্ত্রী ড° এচ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে তেওঁ ভাৰত ভ্ৰমণ কৰিছে। নতুন দিল্লীত আজি দুপৰীয়া এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে কাইলৈ দুয়োৰাকী বিদেশ মন্ত্ৰীৰ মাজত আল...