June 5, 2026 1:01 PM
18
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুজৰাট আৰু দমন ভ্ৰমণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্রধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত ১৮ হাজাৰ ৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । শ্রীমোদীয়ে লগতে ছুৰাটত ২০০ খন বিছনাযুক্ত এখন ই এছ আই চি চিকিৎসালয় মু...