ৰাষ্ট্ৰীয়

June 7, 2026 12:12 PM

views 24

সামাজিক মাধ্যমত বিয়পি পৰা উৰাবাতৰিক বিশ্বাস নকৰিবলৈ NTA আহ্বান

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTA-এ সামাজিক মাধ্যমত বিয়পি পৰা উৰাবাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যম আৰু আন একাংশ প্লেটফর্মত NEET (UG) ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত পুনৰ ফাদিল হোৱা আৰু বিক্ৰীৰ বাতৰি ভিত্তিহীন আৰু ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত সংস্থাটোৱে...

June 7, 2026 12:07 PM

views 23

আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নির্মাণ কার্যকলাপ আৰু সম্পত্তি ক্রয় বিক্রয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নির্মাণ কার্যকলাপ আৰু সম্পত্তি ক্রয় বিক্রয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। বি এছ এফৰ ত্ৰিপুৰা সীমান্তৰ মুখ্য কার্যালয়ত শ্রীশ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সীমান্তবর্তী অঞ্চলসমূহৰ ওপৰত গুৰুত্ব...

June 6, 2026 8:20 PM

views 17

পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰে’ল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰে'ল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে ৰাজ্যখনত ৰে'ল আন্তঃগাথনিৰ উন্নয়নৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিব। কলকাতাৰ নবান্নাত মুখ্যমন্ত্রী শুবেন্দু অধিকাৰীৰ সৈতে এখন যুটীয়া সংবাদমেলত সম্ব...

June 6, 2026 8:15 PM

views 67

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন- মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই কৈছে যে যুৱ প্ৰজন্ম দেশৰ সৰ্ববৃহৎ শক্তি আৰু এই শক্তিয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত আজি বিকশিত ভাৰতৰ বাবে যুৱ প্ৰজন্ম - মোৰ ভাৰত যুৱ সন্মিলনত ভাষণ দি শ্রীমন্দাভি...

June 6, 2026 8:11 PM

views 25

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীমোদী আৰু পৰিষদৰ বিষয়ববীয়াসকলক দেশৰ অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ত আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষ...

June 6, 2026 4:24 PM

views 22

কাইলৈ চিবিএছই দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ আবেদন পত্র জমা দিয়াৰ অন্তিম দিন

চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্র জমা দিয়াৰ অন্তিম দিন কাইলৈ ধায্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্রীয় মাধ্যমিক শিক্ষা বোর্ডে কয়, যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পর্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰত...

June 6, 2026 3:14 PM

views 23

আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আলোচনাত মিলিত হ’ব

• বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে আলোচনা বহিব। নেপালৰ বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়ো পক্ষই যৌথ স্বার্থজড়িত বিষয়ত মত-বিনিময় কৰিব। লগতে বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু গণসংযোগৰ ক্ষেত্ৰত সহযোগিতা ব...

June 6, 2026 2:59 PM

views 28

ভাৰত আৰু আমেৰিকাৰ সেনাৰ ২৯ সংখ্যক উচ্চস্তৰীয় বৈঠক হাৱাইত অনুষ্ঠিত হয়

• ভাৰত আৰু আমেৰিকাৰ সেনাৰ ২৯ সংখ্যক উচ্চস্তৰীয় বৈঠক আজি হাৱাইত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় সেনাৰ ৰণনীতি বিভাগৰ উপ-সেনা প্রমুখ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু আমেৰিকাৰ সেনাৰ ডেপুটি কামাণ্ডিং জেনেৰেল জোৱেল ৱ’ৱেলে সহ-অধ্যক্ষতা কৰে।  আজিৰ এই বৈঠকত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে...

June 6, 2026 2:51 PM

views 30

বিশ্বৰ অধিকাংশ দেশেই অর্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অর্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছেঃ ৰাজনাথ সিং

• প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে বিশ্বৰ অধিকাংশ দেশেই অর্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা বৰ্তমানৰ সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অর্থনৈতিক শক্তি হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭ শতাংশ হিচাপে নথিভ...

June 5, 2026 9:08 PM

views 28

২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই

গৃহ মন্ত্ৰালয়ে ২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই ধাৰ্য কৰিছে। মন্ত্ৰালয়ে জনাইছে যে, মনোনয়ন প্রক্রিয়াসমূহ ইতিমধ্যে যোৱা ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে। আবেদনসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলত অনলাইনযোগে দাখিল কৰিব লাগিব বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। উল্লেখযোগ্য যে পদ্ম বিভূষণ, প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।