১৯৯৯ চনত কার্গিল যুদ্ধত প্রান আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত আজি ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন কৰা হৈছে।
এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্র বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্রাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু-কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল।