June 8, 2026 5:38 PM
22
কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে চণ্ডীগড়ত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা
কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কিছু সময় পূর্বে চণ্ডীগড়ত উপস্থিত হয়। তেওঁ হাৰিয়ানাৰ লোকভৱনত ৰাজ্যপাল অসীম কুমাৰ ঘোষক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভ...