ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্রলয়ংকৰী বানত হোৱা ধন-জনৰ ক্ষয়-ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুর্যোগত ক্ষতিগ্রস্ত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে।
Assamese | July 25, 2026 10:14 PM | murmu on assam flood
অসমৰ প্রলয়ংকৰী বানত হোৱা ধন-জনৰ ক্ষয়-ক্ষতিৰ বাবে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ গভীৰ শোক প্ৰকাশ