ৰাষ্ট্ৰীয়

June 4, 2026 3:53 PM

views 28

মেক্স চিকিৎসালয়ৰ মালৱিয়া নগৰৰ অতিথিশালাত সংঘটিত অগ্নিকাণ্ডত আহতসকলৰ স্বাস্থ্যৰ বুজ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি মেক্স চিকিৎসালয়ত মালৱিয়া নগৰৰ অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ আহত লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে যাৱতীয় সকলো সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। কালি এই অগ্নি...

June 4, 2026 3:43 PM

views 22

বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎ‍সালয়ত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত ৩জন লোকৰ মৃত্যু

বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎ‍সালয়ত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত তিনিজন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো আহত হয়। মুজফ্‌ৰপুৰৰ জিলাধিপতি সুব্রত কুমাৰ সেনে এই কথা নিশ্চিত কৰিছে আৰু আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে। তেওঁলোকক উন্নত চিকিৎ‍সাৰ বাবে অন্য চিকিৎসালয়লৈ স্থ...

June 4, 2026 3:27 PM

views 35

উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশন শ্বিলঙত অনুষ্ঠিত হৈ আছে

উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী তথা উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱ...

June 4, 2026 3:04 PM

views 26

‘‘ভাৰত আৰু লাঅ’ছৰ মাজৰ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে’’ -ৰাষ্ট্ৰপতি মুর্মু

ভাৰত আৰু লাঅ’ছৰ মাজত প্ৰাচীন কালৰেপৰা থকা ঘনিষ্ঠ সম্পর্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি কয়, যে দুয়োখন দেশে এইবছৰ উভয় দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিছে। লাঅ’ছ গণত...

June 4, 2026 3:18 PM

views 25

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেল্‌চি ৰোড়িক কেন্দ্ৰীয় মন্ত্ৰী ড° এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি পুৱা নতুন দিল্লীত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেল্‌চি ৰোড়িক সাক্ষাৎ কৰে। ড° জয়শংকৰে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয়, যে ভাৰতে ভেনিজুৱেলাৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক সন্মান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্...

June 3, 2026 10:42 PM

views 29

তেল বিপণন কোম্পানীসমূহক ১০ হাজাৰ কোটি টকাৰ এককালীন বাজেট সমর্থন আগবঢ়োৱাত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই ভাৰতীয় বিমান সংস্থাসমূহক বিমানৰ ইন্ধন মূল্য সুস্থিৰ কৰাত সহায় আগবঢ়োৱাৰ বাবে তেল বিপণন কোম্পানীসমূহক ১০ হাজাৰ কোটি টকাৰ এককালীন বাজেট সমৰ্থন আগবঢ়োৱাত অনুমোদন জনাইছে। পশ্চিম এছিয়া সংকটৰ ফলত সৃষ্টি হোৱা ইন্ধনৰ অত্যাধিক মূল্যবৃদ্ধিৰ সময়ত ভাৰতীয় বিমান সংস্থাসমূহক তেওঁলোকৰ ঘৰ...

June 3, 2026 7:53 PM

views 29

দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

‘চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে’ - মনসুখ মন্দাভিয়া কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ-সৱল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্...

June 2, 2026 12:34 PM

views 37

ৰাজ্যত অহা ২ আগষ্টৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল

■ ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পর্কীয় প্রশিক্ষণ চলি আছে। ডিব্ৰুগড় আৰু চিৰাং জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ প...

June 1, 2026 10:25 PM

views 31

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অ...

January 24, 2026 9:36 PM

views 170

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া ৭ বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলে সম্প্ৰচাৰ কৰিব। হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে নিশা ৯.৩...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।