July 22, 2026 11:19 AM
26
বিৰোধী পক্ষই সংসদৰ বর্ষাকালীন অধিবেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষার্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ অভিযোগ উত্থাপন
কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে লোকসভাত বিৰোধী পক্ষৰ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে সংসদৰ বর্ষাকালীন অধিবেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষার্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্রী প্রধানে কালি সামাজিক মাধ্যম যোগে কয়, যে শ্রী গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকল...