ৰাষ্ট্ৰীয়

July 21, 2026 1:47 PM

views 23

ছিকিমত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মাণ সুৰংগত আবদ্ধ লোকসকলৰ ৭জনৰ মৃতদেহ উদ্ধাৰ

ছিকিমৰ নামছি জিলাৰ চামৰডোঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মাণ সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামছি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈ সাতটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।  সুৰংগটোৰ ভিতৰত কমেও ২৭ জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে।...

July 21, 2026 1:45 PM

views 27

FIH Youth Hockey-5-s এছিয়ান চেম্পিয়নশ্বিপত ভাৰতৰ জয়েৰে অভিযান আৰম্ভ

FIH Youth Hockey-5-s এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ওমানৰ মাস্কটত অনুষ্ঠিত প্রতিযোগিতাখনত ভাৰতীয় ছাব-জুনিয়ৰ পুৰুষ আৰু মহিলা উভয় দলেই নিজৰ প্ৰথমখন খেলত জয়লাভ কৰে। মহিলাৰ দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনটোত কালি কাজাখাস্তানক ৮-৩ গ'লত পৰাজিত কৰে। ভাৰতৰ দিয়াই হেটট্ৰিক কৰাৰ উপ...

July 21, 2026 1:16 PM

views 37

কমলৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগত উপস্থিত

পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগত অনুষ্ঠিত হ'বলগীয়া কমলৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৬ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে ৮ বিধত প্ৰতিদ্বন্দ্বিতা কৰিব।  ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ থ...

July 21, 2026 12:36 PM

views 41

ৰাজ্যৰ সাম্প্ৰতিক বানত ১৬খন জিলাৰ ৭৯৪খন গাঁও জলমগ্ন; ১০জনৰ প্ৰাণ হানি

ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ১৬ খন জিলাৰ তিনি লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে।  অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘা...

July 20, 2026 8:10 PM

views 28

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ মলডভাবাসীক তেখেতৰ প্ৰতি প্ৰদৰ্শন কৰা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন

ভাৰত আৰু মলডভাৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যখণ্ড, নৱীকৰণযোগ্য শক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, কৃত্রিম বুদ্ধিমত্তা আৰু উদ্ভাৱনকে ধৰি বহু দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰা হব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মলডভাৰ ৰাষ্ট্ৰপতি মায়া ছান্দুৱে আজি ছিছিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিল...

July 20, 2026 8:06 PM

views 25

বিৰোধীৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত

নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্র কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভা একাধিকবাৰ স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সম...

July 20, 2026 8:03 PM

views 23

নতুন দিল্লীত আজি ভূৱেন্দ্ৰৰ যাদৱৰ সৈতে ছাইমন ষ্টীলৰ বৈঠক

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূৱেন্দ্ৰৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ছাইমন ষ্টীলৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীযাদৱে কয় যে এই বৈঠকত অভিযোজন, প্রযুক্তি হস্তান্তৰ, জলবায়ু পৰিৱৰ্তন ৰোধৰ ব...

July 20, 2026 10:43 AM

views 46

নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত ৯জন লোকৰ মৃত্যু

নাগালেণ্ডত প্ৰবল বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত বহু ধন-জন হানি হৈছে। মন জিলাত বান আৰু ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু হোৱাৰ উপৰি বহু বাসগৃহ ধ্বংস হয়।  ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া জ’নী ৰোৱাংমেই আকাশবাণীৰ বাতৰি বিভাগক জনোৱা মতে তিনিগৰাকী মহিলা আৰু এজ...

July 20, 2026 10:30 AM

views 33

লণ্ডনৰ ল’উছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ভাৰতক ২৭ ৰানত পৰাস্ত কৰি ইংলেণ্ডৰ শৃংখলা জয়

লণ্ডনৰ ল’উছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক ২৭ ৰানত পৰাস্ত কৰি তিনিখনীয়া শৃংখলাত জয়লাভ কৰে। ইংলেণ্ডে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৩ উইকেটৰ বিনিময়ত ৩৮৭ ৰান সংগ্ৰহ কৰে।  দলৰ হৈ বেন ডাকেটে সৰ্বাধিক ১৪১ ৰান কৰাৰ বিপৰীতে জেকব বেথেলে ৯১ আৰু জ’ ৰুটে ৭৪ ...

July 20, 2026 10:25 AM

views 48

ৰাজ্যৰ কেইবাখনো জিলাত বান, ৫জন লোকৰ মৃত্যু

ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত ২২টা ৰাজহ চ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।