ৰাষ্ট্ৰীয়

July 20, 2026 10:20 AM

views 44

নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি ৭টা উৎসর্গিত ভৱন নিৰ্মীয়মাণ অৱস্থাত আছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দেশৰ ৰাজধানী ভ্ৰমণ কৰা অসমৰ লোকসকলৰ সুবিধার্থে নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি ৭ টা উৎসর্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত এই কথা সদৰি কৰে।  দিল্লীৰ দ্বাৰকাত নতুন প্রকল্পক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই ক্ষেত্ৰতে ...

July 20, 2026 10:16 AM

views 37

আর্জেণ্টিনাক ১–০ গ’লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ খিতাপ জয়

স্পেইনে যোৱাবাৰৰ বিজয়ী আর্জেণ্টিনাক ১–০ গ’লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফোন ট’ৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ’ল দিয়ে।  দুয়োটা দলৰ তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত ৯০ মিনিটলৈ গ’লশূন...

July 19, 2026 8:53 PM

views 14

ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান গোৱাৰ সপ্তম সমাৱৰ্তন সমাৰোহ পোণ্ডাত অনুষ্ঠিত

ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান গোৱাৰ সপ্তম সমাৱৰ্তন সমাৰোহ আজি পোণ্ডাত অনুষ্ঠিত হয়। এই কার্যসূচীত বি-টেক, এম-টেক আৰু পি এইছ ডি সম্পূৰ্ণ কৰা ১৮৮ গৰাকী শিক্ষার্থীক ডিগ্রী প্রদান কৰা হয়। উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা প্ৰফেচাৰ...

July 19, 2026 8:30 PM

views 13

কেন্দ্ৰীয় গ্রাহক সুৰক্ষা প্ৰাধিকৰণে দেশৰ ৰেষ্টোৰাসমূহক অতিৰিক্ত সেৱা কৰ সংযোজন কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে

কেন্দ্ৰীয় গ্রাহক সুৰক্ষা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইন নম্বৰৰ জৰিয়তে প্রাপ্ত অভিযোগৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত সেৱা মূল্য সংযোজন কৰা দেশৰ ৪১খন ৰেষ্টোৰাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত গ্রাহক পৰিক্ৰমা তথা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী প্রহ্লাদ য...

July 19, 2026 8:12 PM

views 24

বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰা লোকক উচ্ছেদ কৰা হ’ব আৰু অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হ’ব বুলি বন মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য

সীমা বিবাদৰ নামত বন ধ্বংস কৰাতো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্রাণী পর্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কঁহৰাস্থিত বন অভিবর্তন কেন্দ...

July 19, 2026 7:45 PM

views 24

সোমবাৰৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন। সংসদ ভবনত সর্বদলীয় বৈঠক সম্পন্ন

সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বর্ষাকালীন অধিবেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত দেওবাৰে চৰকাৰৰ আহ্বানমর্মে এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত শ্রী ৰিজিজু...

July 19, 2026 12:46 PM

views 18

ভাৰতৰ বাবে সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰকাশ

ভাৰতৰ বাবে সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি Forces First সন্মিলনত অংশগ্রহণ কৰি শ্রীসিঙে কয়, যে ভাৰতে অকল দেশৰ ভিতৰতে নহয়, বৰং প্রয়োজন হ'লে সন্ত্রাসবাদীৰ ঘাটিত প্ৰৱেশ কৰিও আক্রমণ চলাব।...

July 19, 2026 12:43 PM

views 26

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ভ্রমণ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আজি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। দেশকেইখনৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মর্মে শ্রীমতী মুর্মুৱে দেশ তিনিখন ভ্রমণ কৰিব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্রথমটো ভ্রমণ। আনহাতে বিগত তিনি দশকৰ পাছত কোনো এগৰাকী ভাৰতী...

July 19, 2026 12:38 PM

views 39

প্ৰতিকূল বতৰৰ বাবে পেহেলগাম আৰু বালটাল পথেৰে অমৰনাথ যাত্রা স্থগিত

জম্মু আৰু কাশ্মীৰত প্ৰতিকূল বতৰৰ পূর্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক ব্যৱস্থা হিচাপে আজিৰে পৰা পেহেলগাম আৰু বালটাল পথেৰে অমৰনাথ যাত্রা স্থগিত ৰখা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ অহা কেইদিনমান বেয়া বতৰৰ আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত ...

July 19, 2026 12:26 PM

views 33

চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে

চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আৰু নবীকৰণ যোগ্য শক্তি মন্ত্র্যালয়ে প্রকাশ কৰা মতে, এই নীতিৰ সময়সীমাৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া নহ'ব। অৱশ্যে মেট মিটাৰিং অর্থাৎ উপভোক্তাৰ দ্বাৰা উৎপাদিত নবীক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।