ৰাষ্ট্ৰীয়

January 20, 2026 8:28 PM

views 36

কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চৰাইদেউ জিলা ভ্ৰমণ

কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। দিনজোৰা কাৰ্যসূচীৰে জিলাখনলৈ অহা মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ কালত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বোত্তৰ সম্পৰ্ক সেতু কার্যসূচী সম্পর্কে পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচ...

January 20, 2026 8:26 PM

views 45

অসমত আনুমানিক ৪ লাখ ৮৬ হাজাৰ ৬৯৮ কোটি টকা বিনিয়োগেৰে ১১১টা আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণ

অসমত আনুমানিক ৪ লাখ ৮৬ হাজাৰ ৬৯৮ কোটি টকা বিনিয়োগেৰে ১১১টা আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণ হৈ আছে। সক্ৰিয় প্ৰশাসন আৰু সময় নির্ধাৰিত ৰূপায়ণ অর্থাৎ প্রগতি শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীৰ অধীনৰ পি এম জি পোৰ্টেলত এই তথ্য প্ৰকাশ কৰা হৈছে। ৰেলৱে, পথ আৰু ঘাইপথ, শক্তি উৎপাদন আৰু বিতৰণ, তেল আৰু গেছ, ...

January 20, 2026 6:39 PM

views 44

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামত ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। এই মঞ্চই বিশ্বৰ সন্মুখত ভাৰতে আগবঢ়োৱা সর্বোত্তম সুযোগ সুবিধাসমুহ প্ৰদৰ্শন কৰি দেশৰ সন্মান বৃদ্ধি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই আজি গোলকীয় ...

January 20, 2026 6:37 PM

views 66

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে। দলৰ ৰিটাৰ্ণিং বিষয়া ড০ কে লক্ষ্মণে আজি শ্ৰীনবীনক নতুন দিল্লীত অৱস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰাৰ লগতে সংগঠন পৰ্ব অনুষ্ঠানত নিৰ্বাচনৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। শ্ৰ...

January 20, 2026 6:35 PM

views 65

কোকৰাঝাৰৰ কাৰিগাঁৱত সংঘটিত গণপ্ৰহাৰৰ ঘটনা সন্দৰ্ভত ১৯জন লোকক আটক; পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে কোকৰাঝাৰ-চিৰাঙত ইণ্টাৰনেট কৰ্তন

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত যোৱা নিশা সংঘটিত গণপ্ৰহাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১৯জন লোকক আটক কৰিছে। ঘটনাটো সন্দৰ্ভত সোধা-পোছা কৰাৰ বাবে এই লোককেইজনক আটক কৰা হৈছে বুলি জানিবলৈ দি জিলাখনৰ আৰক্ষী অধীক্ষক অক্ষদ গাৰ্গে কয় যে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আইন-শৃংখলাজনিত পৰিস্থ...

January 20, 2026 11:30 AM

views 53

কৰ্ণাটকৰ স্থানীয় নিকায়ৰ নিৰ্বাচন সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ প্ৰতিক্ৰিয়া

কৰ্ণাটকৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত এটা পশ্চাদগামী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয়, যে কর্ণাটক চৰকাৰে দশকজোৰা প্ৰগতিক অৱমূল্যায়ন কৰি এটা মিছা বক্তব্যক প্ৰমাণিত কৰাৰ চ...

January 20, 2026 11:25 AM

views 75

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ নতুন সভাপতিৰ পথত

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ নতুন সভাপতি হ'বলৈ আগবাঢ়িছে। দলটোৰ ৰাষ্ট্ৰীয় ৰির্টানিং বিষয়া ড০ কে লক্ষ্মণে জনোৱা মতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে কেৱল নীতিন নবীনৰ নাম প্ৰস্তাৱ কৰা হয়। আজি আনুষ্ঠানিকভাৱে নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেওঁক নিৰ্বাচনৰ কথা ঘোষণা কৰা হ'ব বুলি ড০ লক্ষ্মণে...

January 20, 2026 11:22 AM

views 59

ভাৰত-ইউনাইটেড আৰৱ আমিৰি ৰাষ্ট্ৰৰ ২০৩২ চনৰ ভিতৰত ২০ হাজাৰ কোটিলৈ বৃদ্ধিত সন্মতি প্ৰকাশ

ভাৰত আৰু ইউনাইটেড আৰৱ আমিৰি ৰাষ্ট্ৰই ২০৩২ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ২০ হাজাৰ কোটিলৈ বৃদ্ধিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউনাইটেড আৰৱ আমিৰিৰ শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনাত এই সিদ্ধান্ত লোৱ...

January 19, 2026 8:01 PM

views 46

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইকন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইকন’মিক ফ’ৰামৰ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ ৩হাজাৰৰো অধিক নেতাই অংশ ল'ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ ভাৰতৰ ১০০ গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্ৰতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰল...

January 19, 2026 7:59 PM

views 57

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক অনুষ্ঠিত

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ৬০ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।