ৰাষ্ট্ৰীয়

January 19, 2026 2:21 PM

views 44

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেড’শ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেড'শ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠকত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ড...

January 19, 2026 2:19 PM

views 50

ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীৰ উপলক্ষ্যে তেওঁৰ প্ৰতি শ্রদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ঔপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ পাৰ্বতী গিৰীয়ে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। শ্রী মোদীয়ে কয়...

January 19, 2026 2:15 PM

views 96

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ’ব

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া প...

January 19, 2026 2:12 PM

views 51

মহাৰাষ্ট্ৰৰ নাচিক জিলাত পথ দূৰ্ঘটনাত ৪ গৰাকী লোক নিহত

মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ মালেগাওঁ-মানমাদ ঘাইপথত আজি সংঘটিত এটা পথ দূৰ্ঘটনাত ৪ গৰাকী লোক নিহত হোৱাৰ লগতে ২ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। লগতে আন ২০ গৰাকী যাত্ৰী সামান্যভাৱে আহত হয়। মালেগাঁৱৰ ৱাৰহানে গাঁৱৰ সমীপত পুৱতি নিশা ৩ বজাৰ আশে পাশে পুনেৰ পৰা মালেগাওঁ অভিমুখী এখন ব্যক্তিগত যাত্রীবাহী বাছ আৰু বিপ...

January 19, 2026 2:09 PM

views 46

পাকিস্তানৰ কৰাচীৰ গুলপ্লাজাত বৃহৎ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ১০লৈ বৃদ্ধি

পাকিস্তানৰ কৰাচীৰ গুলপ্লাজাত হোৱা বৃহৎ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি পাইছে যোৱা নিশা ৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু এতিয়াও ৬০ জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, উদ্ধাৰ অভিযানত ৩জন লোকৰ দেহাৱশেষ উদ্ধাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত এগৰাকী শিশু আছিল।

January 19, 2026 12:10 PM

views 58

প্রধানমন্ত্রীক গাজাত শান্তি স্থাপন প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে গঠন কৰা বোর্ড অব্ পীচৰ অংশ হ’বলৈ আহ্বান ডোনাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক গাজাত শান্তি স্থাপন প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে গঠন কৰা শান্তি পৰিষদ বা বোর্ড অব্ পীচৰ অংশ হ'বলৈ আহ্বান জনাইছে। আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্দর্ভত প্রধানমন্ত্রী শ্রীমোদীলৈ পঠোৱা পত্ৰ ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্রদূত ছেৰগিঅ' গড়ে সামাজি...

January 19, 2026 12:06 PM

views 30

চিলিৰ মধ্য আৰু দক্ষিণ অঞ্চলত সংঘটিত বন জুইৰ ফলত কমেও ১৮ জন লোক নিহত

চিলিৰ মধ্য আৰু দক্ষিণ অঞ্চলত কালি সংঘটিত বন জুইৰ ফলত কমেও ১৮ জন লোক নিহত হয়। এই বনজুইত এহেজাৰ একৰ বনভূমি জাহ যোৱাৰ লগতে ভালেসংখ্যক বাসগৃহ ভস্মীভূত হয়। চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিকে ৰাজধানী ছেন্টিয়াগোৰ পৰা ৫০০ কিলোমিটাৰ দক্ষিণৰ মধ্য বায়'বিয় অঞ্চলত আৰু কাষৰীয়া নূবল অঞ্চলত জৰুৰীকালীন অবস্থা ঘোষণা কৰ...

January 19, 2026 12:05 PM

views 38

ছত্তীশগড় জিলাৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত ৪ গৰাকী মহিলা কেডাৰকে ধৰি ৬ জন মাওবাদীৰ মৃত্যু

ছত্তীশগড় জিলাৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত চাৰিগৰাকী মহিলা কেডাৰকে ধৰি ছজন মাওবাদীৰ মৃত্যু হয়। এয়া মাওবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অঞ্চলটোত চলা জিলা ৰিজার্ভগার্ড, কোৱা আৰু বিশেষ টাস্ক ফ'ৰ্চৰ যৌথ অভিযানৰ অন্যতম সফলতাৰূপে বিবেচিত হৈছে। নিহত মাওবাদীকেইজনৰ ৪জন চিনাক্ত হ'লেও বাকী দুজনৰ এতিয়ালৈ প...

January 19, 2026 12:03 PM

views 30

চৰকাৰৰ বিকশিত ভাৰত: নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডণ

চৰকাৰে বিকশিত ভাৰত: নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডণ কৰিছে। বিৰোধী দলে আইনখনৰ সমালোচনা কৰা কাৰ্য তথ্য আধাৰিত নহয় আৰু ই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এই আইনখনৰ জৰিয়তে গাঁৱৰ পৰিয়ালসমূহৰ কমেও ১২৫ দিনৰ নিয়োগ...

January 19, 2026 11:58 AM

views 38

হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰে। এখন জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ উন্নয়নৰ বাবে পূৱ ভাৰতৰ উন্নয়ন গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় চৰকাৰে অহৰহভাবে উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।