ৰাষ্ট্ৰীয়

July 23, 2026 7:55 PM

views 31

মৰিয়নিৰ জাঁজী নৈৰ ছিগা মথাউৰি পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই ধনতোলাত উপস্থিত হৈ শেহতীয়া বানত চিঙা জাঁজী নৈৰ এটা মথাউৰিৰ পৰিস্থিতিৰ বুজ লয়। শেহতীয়া বানত দুদিন পূৰ্বে জাঁজী নৈৰ মথাউৰিটো বাঢ়নি পানীয়ে চিঙি পেলোৱাৰ ফলত কেইবাখনো গাওঁ প্লাৱিত হৈ পৰে।  পুৰণি মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ ...

July 23, 2026 7:24 PM

views 21

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত, মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বান পৰিস্থিতিৰ বুজ লয় গৃহমন্ত্ৰী অমিত শ্বাহে

অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যম...

July 23, 2026 12:36 PM

views 23

প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্রদান নিশ্চিত কৰাৰ বাবে চৰকাৰে ফাষ্টট্রেক আদালত গঠন কৰিব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

দেশৰ যুৱচামৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন কোনো বিষয় গুৰুত্বপূর্ণ নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্রদান নিশ্চিত কৰাৰ বাবে চৰকাৰে ফাষ্টট্রেক আদালত গঠন কৰিব। এইক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষ আ...

July 23, 2026 11:44 AM

views 30

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। ১৯২৭ চনৰ ২৩ জুলাইত ইণ্ডিয়ান ব্র'ডকাষ্টিং কোম্পানীৰ অধীনত বোম্বে ষ্টেছনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হ'ব। ১৯৩৬ চনৰ ৮ জুনত ইন্ডিয়ান স্টেট ব্ৰ'ডকাস্টিং ছার্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু ১...

July 22, 2026 10:27 PM

views 37

ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুস ছেট্টী চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুস ছেট্টীয়ে চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে নিজ দেশৰে উন্নতি হুদাক ২১-১৪, ৯-২১, ২১-১০ৰ ব্যৱধানত পৰাস্ত কৰে।  পুৰুষৰ ছিংগলছত আয়ুস ছেট্টীয়ে ইণ্ডোনেছিয়াৰ আবি ফাৰহানক ২১-১৭, ৫-২১, ২১-১৭ৰ ব্যৱধানত পৰাজিত কৰে। পুৰ...

July 22, 2026 10:05 PM

views 20

যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজুঃ ৰাজনাথ সিং

যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু। দিল্লীত যুৱ প্ৰজন্মই সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে প্ৰকাশ কৰে।  তেওঁ কয়, যে যুৱ প্ৰজন্মৰ আবেগ আৰু উদ্বেগৰ প্ৰতি চৰকাৰ সংবেদনশীল। একাংশ ব্যক্তিয়ে শিক্...

July 22, 2026 10:01 PM

views 25

উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তি উন্মোচন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰে।  এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্রীমতী মুৰ্মুৱে কয় যে মহাত্মা গান্ধী ভাৰতৰ আছিল যদিও তেওঁৰ সত্য আৰু অহিংসাৰ বাৰ্তা বিশ্বৰ সকলো মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস। বর্তম...

July 22, 2026 7:48 PM

views 33

গ্লাছগ’ত কাইলৈৰ পৰা কমনৱেলথ গেমছ; উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলক নেতৃত্ব দিব লাভলীনা বৰগোহাঁই আৰু মীৰাবাঈ ছানুৱে

গ্লাছগ’ত কাইলৈৰ পৰা হ'বলগীয়া কমনৱেল্থ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাঈ ছানুয়ে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৬ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে।  এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত...

July 22, 2026 7:46 PM

views 34

শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰি, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে।  তেওঁ দুৰ্গতজনক সহ...

July 22, 2026 7:35 PM

views 35

সাম্প্ৰতিক বানত ৰাজ্যৰ ১৬খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্রস্ত, ৩১জন লোকৰ মৃত্যু

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত ১৬ খন জিলাৰ ৫ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কৱলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৩১ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ৪৪টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁৱৰ ২৪ হাজাৰ ২১০ হেক্টৰ কৃষিভূ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।