July 22, 2026 10:27 PM | china open

printer

ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুস ছেট্টী চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুস ছেট্টীয়ে চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে নিজ দেশৰে উন্নতি হুদাক ২১-১৪, ৯-২১, ২১-১০ৰ ব্যৱধানত পৰাস্ত কৰে। 

পুৰুষৰ ছিংগলছত আয়ুস ছেট্টীয়ে ইণ্ডোনেছিয়াৰ আবি ফাৰহানক ২১-১৭, ৫-২১, ২১-১৭ৰ ব্যৱধানত পৰাজিত কৰে। পুৰুষৰ ছিংগলছৰ আন এখন খেলত ভাৰতৰ লক্ষ্য সেন জাপানৰ য়ুশ্বি টানাকাৰ সন্মুখীন হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।