October 6, 2026 12:28 PM
8
ছার্বিয়ান ন’ভাক জ’কভিচ পুৰুষৰ একক ফাইনেলত প্ৰৱেশ
চাইনা অ'পেন টেনিছ প্রতিযোগিতাত বেইজিঙত অনুষ্ঠিত ছেমি ফাইনেলত ৰাছিয়াৰ ডেনিল মেডভেডেভ অযোগ্য বিবেচিত হোৱাৰ পিছতে ছার্বিয়ান ন'ভাক জ'কভিচ পুৰুষৰ একক ফাইনেলত প্ৰৱেশ কৰিছে। ২০২২ বর্ষত আষ্টানাত খিতাপ জয় কৰাৰ পিছত এতিয়া প্ৰথমবাৰৰ বাবে জ'ক'ভিচে এ টি পি ৫০০ ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল খেলখনত আজি অস্ট্রেলিয়ান এলেক্স ডি মিনাউৰ জ'ক'ভিচৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।